
19/06/2024
সকলোৰে জ্ঞাতাৰ্থে জনাও যে, এটি নতুন ইউটিউৱ চেনেল, আমাৰ উঠি অহা সৰু ল'ৰা ছোৱলী সকলক সাংস্কৃতিক তথা অভিনয় জগত খনত আগুৱাই নিয়াৰ উদ্দেশ্যে এক প্ৰেক্ষাপট হিচাপে শুভাৰম্ভণী কৰা হৈছে।। ল'ৰা ছোৱালী সকলক লৈ নিৰ্মাণ হ'ব লগীয়া ভিডিঅ' ৰ বাবে আমাক ল'ৰা ছোৱালীৰ দৰকাৰ। 👇
https://youtu.be/s0T94YOFTyk?si=ySYat4019uHoQnEa
ইচ্চুক বেক্তি সকলে মোন মেছেজ (Masage) কৰত