Rongili Barta- an Assamese weekly newspaper

Rongili Barta- an Assamese weekly newspaper 28 years of continuous journey serving unbiased news to the Nation Send us through email or WhatsApp.we will published it.

If you are interested in writing articles/poem/views on any issues we will published it as well as we have art/photography/beauty and glamour section for kids and girls(Indian attire only). Click- rongilibarta.com

FB page- Rongilibarta
(do like & comment)

� Do visit once

Whatsapp-
8638732821/
9854215286

E-mail- [email protected]

Moral Policing: A Disturbing Drift From Constitutional Values Heramba Nath  Through the years, Indian democracy has prid...
26/07/2025

Moral Policing: A Disturbing Drift From Constitutional Values Heramba Nath Through the years, Indian democracy has prided itself on being a vast confluence of cultures, beliefs, lifestyles and freedoms. It has weathered storms of political upheaval, social transformation, and global scrutiny, emerging each time with its foundational principles—liberty, equality and fraternity—largely intact. Yet today, amid the promise of modernity, a quiet yet corrosive force threatens the sanctity of these values: the rising tide of moral policing....

Moral Policing: A Disturbing Drift From Constitutional Values – Heramba Nath July 26, 2025July 23, 2025 Rongili Barta Moral Policing: A Disturbing Drift From Constitutional Values Heramba Nath Through the years, Indian democracy has prided itself on being a vast confluence of cultures, beliefs, li...

উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা - নাছিৰ আহমেদ
26/07/2025

উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা - নাছিৰ আহমেদ

উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা – নাছিৰ আহমেদ July 26, 2025July 23, 2025 Rongili Barta উচ্ছেদ,উচ্ছেদিতৰ বিননি আৰু অসমীয়া সত্তা ....

অনুগল্প ঘৰিয়াল   শৈলেন কুমাৰ,মিৰ্জা ৰক্তপিপাসু তেজপিয়াবোৰে পদূলিতে ৰৈ আছে,অৱশিষ্ট তেজখিনিও হুপিবলৈ ৷ ত্যাগ আৰু বলিদান অব...
26/07/2025

অনুগল্প ঘৰিয়াল শৈলেন কুমাৰ,মিৰ্জা ৰক্তপিপাসু তেজপিয়াবোৰে পদূলিতে ৰৈ আছে,অৱশিষ্ট তেজখিনিও হুপিবলৈ ৷ ত্যাগ আৰু বলিদান অবিহনে কোনো বিপ্লৱৰ সূচনা নহয় ৷ এৰা, জীৱনটোত মন,শৰীৰৰ মলিয়ন কৰি অভিশপ্ত হৈ থাকিলে জানো কিবা সুফল আছে,শৰীৰৰ একবিন্দু তেজখিনিও সত্য-সতাতৰ বাবে আহুতি দিব লগা হলেও কুণ্ঠাবোধ নকৰোঁ ৷

ঘৰিয়াল – শৈলেন কুমাৰ July 26, 2025July 24, 2025 Rongili Barta অনুগল্প ঘৰিয়াল শৈলেন কুমাৰ,মিৰ্জা ৰক্তপিপাসু তেজপিয়াবোৰে পদূলিতে ৰৈ আছে,অৱ.....

বৰষুণ ভাল পাওঁ   ৰূপালী গগৈ চুতীয়া ডিব্ৰুগড় চিপচিপীয়া বৰষুণত তিতাৰে পৰাই তোমাক ভাল পোৱা দুৰু দুৰু বুকুখন কঁপে আজিও জান...
26/07/2025

বৰষুণ ভাল পাওঁ ৰূপালী গগৈ চুতীয়া ডিব্ৰুগড় চিপচিপীয়া বৰষুণত তিতাৰে পৰাই তোমাক ভাল পোৱা দুৰু দুৰু বুকুখন কঁপে আজিও জানা, কিয় বাৰে বাৰে মনলৈ আহি অজানিতে আমনি কৰা ? মোৰ পদূলিৰ জপনা মাথোঁ তোমালৈ খোলা মন দাপোনত ছবি আঁকি ঢৌ তোলা চুলিৰ আঁৰত কিয় বাৰে বাৰে জোনাকৰ সলনি অমাৱস্যাৰ আন্ধাৰ হিচাপ কৰি নিজৰ মনক দুখ দিয়া ? চিপচিপীয়া বৰষুণৰ আঁৰত...

বৰষুণ ভাল পাওঁ – ৰূপালী গগৈ চুতীয়া July 26, 2025July 23, 2025 Rongili Barta বৰষুণ ভাল পাওঁ ৰূপালী গগৈ চুতীয়া ডিব্ৰুগড় চিপচিপীয়া বৰষুণত ...

অণুগল্প মৃত্যু সবিতা বেগম পাকাবেত বাৰী পাম,বৰপেটা স্বামীৰ মৃত্যুৰ পাছত জানকী অঙ্কনবাড়ী কৰ্মী পদৰ সৰু চাকৰিটো কৰি আশাৰ ব...
26/07/2025

অণুগল্প মৃত্যু সবিতা বেগম পাকাবেত বাৰী পাম,বৰপেটা স্বামীৰ মৃত্যুৰ পাছত জানকী অঙ্কনবাড়ী কৰ্মী পদৰ সৰু চাকৰিটো কৰি আশাৰ বন্তি দশ বছৰীয়া সন্তান অৰ্ণৱক লৈ জীয়াই থকাৰ নিচাত সংগ্ৰাম কৰি আছিল দিন-ৰাতি । কেইদিন ধৰি অৰ্ণৱৰ খুবেই জ্বৰ মূৰৰ বিষ, টোপনি নহয় চকু ৰঙা পৰি ফুলি গৈছে, খোৱা-লোৱা, স্কুল আদি বন্ধ। মাজে মাজে বমি হয় বমিত তেজ ওলাই..... মেডিকেলত লৈ যোৱা হ'ল, দুই এটা জ্বৰৰ ঔষধ বাকী কেইটা ডাঙৰ ডাঙৰ টেষ্ট কৰিব দিলে , চুলি পৰি টাকলা হৈ গ'ল ......। কেইবাদিন পাৰ হ'ল অৰ্ণৱ দিনক দিনে একেবাৰেই কাতৰ, অৱশেষত জানিব পৰা গ'ল....অৰ্ণৱৰ ক্যান্সাৰ, জীৱনৰ সকলোতকৈ ডাঙৰ আঘাত .......।...

মৃত্যু – সবিতা বেগম July 26, 2025July 23, 2025 Rongili Barta অণুগল্প মৃত্যু সবিতা বেগম পাকাবেত বাৰী পাম,বৰপেটা স্বামীৰ মৃত্যুৰ পাছত জানকী ...

Kargil Vijay Diwas: Remembering the Spirit of Unyielding Patriotism Heramba Nath Every year, as the calendar turns to th...
26/07/2025

Kargil Vijay Diwas: Remembering the Spirit of Unyielding Patriotism Heramba Nath Every year, as the calendar turns to the 26th of July, a quiet but resolute wave sweeps across India—a wave of remembrance, pride, and solemn gratitude. Kargil Vijay Diwas is not just a date on the national calendar; it is a symbol carved in granite and memory, a moment that binds a billion hearts in reverence to those who answered the highest call of duty....

Kargil Vijay Diwas: Remembering the Spirit of Unyielding Patriotism – Heramba Nath July 26, 2025July 25, 2025 Rongili Barta Kargil Vijay Diwas: Remembering the Spirit of Unyielding Patriotism Heramba Nath Every year, as the calendar turns to the 26th of July, a quiet but resolute wave sweeps acros...

Governor administers oath to new seven Vice Chancellors Guwahati,Rongili Barta: Assam Governor cm Chancellor of univers...
26/07/2025

Governor administers oath to new seven Vice Chancellors Guwahati,Rongili Barta: Assam Governor cm Chancellor of universities Shri Lakshman Prasad Acharya administered the oath of office to seven Vice Chancellors at a function held at Raj Bhavan here in presence of Chief Minister Dr. Himanta Biswa Sarma. The new VCs thus administered oath are Prof. Taranee Deka for Bongaigaon University, Prof.Niranjan Roy for Gurucharan University, Prof.Jyoti Prasad Saikia for Jagannath Barooah University, Prof. ...

Governor administers oath to new seven Vice Chancellors July 26, 2025 Rongili Barta Governor administers oath to new seven Vice Chancellors Guwahati,Rongili Barta: Assam Governor cm Chancellor of universities Shri Lakshman Prasad Acharya administered the oath of office to seven Vice Chancellors at....

মঞ্জু দালৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি অঞ্জু শাণ্ডিল্য ‌ ‌ আমাৰ ডাঙৰ দাদা দিলীপ কুমাৰ গোস্বামীৰ মৃত্যুত মাত লগাবলৈ আহি পৰ...
26/07/2025

মঞ্জু দালৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি অঞ্জু শাণ্ডিল্য ‌ ‌ আমাৰ ডাঙৰ দাদা দিলীপ কুমাৰ গোস্বামীৰ মৃত্যুত মাত লগাবলৈ আহি পৰেশদা(অলীণ কন্দলী)য়ে কৈছিল, "দিলীপ দা ঢুকোৱাৰ খবৰটো মঞ্জুদাৰ কাণত পেলোৱা নাই ।কথাটো শুনিলে মঞ্জুদাই হাৰ্ট ফেইল কৰিব।সৰুৰেপৰা দিলীপদাৰ লগত একে লগে খেলা-ধুলা ,পঢ়া-শুনা,চাকৰি কৰা কথাবোৰ মঞ্জু দাই মাজে মাজে কৈ থাকে।এতিয়া দিলীপ দা ঢুকোৱাৰ খবৰটো সহ্য কৰিব নোৱাৰিব ।" কিন্তু যোমন্দিৰত ৬ জুলাইত মঞ্জু দাই মৃত্যু বৰণ কৰিলে ।১৬জুলাইৰ আবেলি বন্দিতা শৰ্মা কন্দলীয়ে আমাক সেই নিদাৰুণ কথাটো জানিবলৈ দিয়াত মুখৰ ভাষা নাইকিয়া হৈ পৰে ।আমি তিতাবৰৰ ৰঙাজান চাহ বাগিচাত থাকোতে মঞ্জুদাৰ ঘৰৰ কাষতে আমাৰ ঘৰ আছিল ।আমাৰ দুয়োঘৰৰ মাজত তুলতুলবাহতৰ ঘৰ ।মঞ্জুদা,তুলতুলবা,দিলীপদা একে পঢ়িছিল।তিনিওৰে মাজত গভীৰ বন্ধুত্ব ।তিনিওজনে আমাক বৰ মৰমৰ চকুৰে চাইছিল ।দুষ্টালি কৰিলেও শাসন কৰিছিল ।এটা সময়ত আমাৰ দেউতাই বাগিচাৰ চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু আমি যোৰহাটৰ ঢাপকটা বৰসত্ৰলৈ গুছি আহিলো।তিনিওঘৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে; কিন্তু মঞ্জুদাহতৰ ঘৰ খনৰ লগত আহ -যাহ চলি থাকে ।পৰেশদাই আমাৰ ঘৰত থাকি ৰঙাজান চাহ বাগিচাত চাকৰিও কৰিছিল ।মঞ্জুদাৰ যোৰহাটৰ ভাৰাঘৰত থাকি আমি জেবি কলেজত পৰীক্ষা দিছিলো ।তেতিয়া মঞ্জু দাৰ বায়েক মিন্তি বাইদেউয়ো আমাৰ লগত আছিল ।দুয়ো জনে কিমান আদৰ-যত্ন লৈ আমাক পৰীক্ষালৈ পঠিয়াই দিছিল!...

মঞ্জু দালৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি – অঞ্জু শাণ্ডিল্য ‌ ‌ July 26, 2025July 22, 2025 Rongili Barta মঞ্জু দালৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জ.....

শাওণৰ সেউজীয়া সপোন ড° অঞ্জুমণি শইকীয়া যোৰহাট সৌৱা শাওণৰ পথাৰত এজাক বালিমাহী চৰাই...! সিঁহতৰ কাকলিত জীপাল হৈ উঠে হৃদয়ত ...
25/07/2025

শাওণৰ সেউজীয়া সপোন ড° অঞ্জুমণি শইকীয়া যোৰহাট সৌৱা শাওণৰ পথাৰত এজাক বালিমাহী চৰাই...! সিঁহতৰ কাকলিত জীপাল হৈ উঠে হৃদয়ত সঞ্চিত প্ৰাণোচ্ছল এটি মধুৰ সপোন !! কঠিয়াবোৰৰ কঁপনিত বুকুখনে সঘনে ধপ্ ধপায় । নেজানো কিয়বা ? প্ৰতিটো প্ৰহৰত বুকুৰ হেপাহবোৰে বাগৰ সলায় !! শাওণৰ বোকাপানীত সকলোৱে হিয়া উজাৰি হেঁপাহৰ কঠিয়া পেলাইছে , সেউজীয়া সপোনটিয়ে ৰূপ সলাই সোণবৰণীয়া হ'ব । এইখন পথাৰতে...

শাওণৰ সেউজীয়া সপোন – ড° অঞ্জুমণি শইকীয়া July 25, 2025July 19, 2025 Rongili Barta শাওণৰ সেউজীয়া সপোন ড° অঞ্জুমণি শইকীয়া যোৰহাট সৌৱা শাও...

শাওণৰ পথাৰখন আজি প্ৰাণহীন   আয়শা ছিদ্দিকা (আছৰি) বাংলিপাৰা, বৰপেটা  শাওণৰ পথাৰখন আজি প্ৰাণহীন বহু দিন হ'ল বৰষুণৰ স্পৰ্শ...
25/07/2025

শাওণৰ পথাৰখন আজি প্ৰাণহীন আয়শা ছিদ্দিকা (আছৰি) বাংলিপাৰা, বৰপেটা শাওণৰ পথাৰখন আজি প্ৰাণহীন বহু দিন হ'ল বৰষুণৰ স্পৰ্শ যে পোৱা নাই। দুখীয়া কৃষকৰ যেন চিন্তাই টোপনি হেৰাল কি কৰিব, কেনেকৈ কৰিব? কৃষি যে জীৱনৰ জীয়াই থকাৰ একমাত্ৰ সমল। তাকোচোন পোৱা নাই হ'ল বহুদিন, বৰ্ষা কালতো খাল, ডোং, নদ-নদী পানী শূন্য। পথাৰ ফাট মেলা, এয়া কোন জনমৰ পাপৰ শাস্তি নে প্ৰকৃতিৰ কোনো অভিশাপ...?...

শাওণৰ পথাৰখন আজি প্ৰাণহীন – আয়শা ছিদ্দিকা July 25, 2025July 22, 2025 Rongili Barta শাওণৰ পথাৰখন আজি প্ৰাণহীন আয়শা ছিদ্দিকা (আছৰি) বাংলিপ...

শাওন গীতাঞ্জলী কলিতা , গুৱাহাটী এতিয়া পিতাইৰ সুখবোৰ ক্লেদযুক্ত পথাৰত সেউজীয়া হৈ ফুলি উঠিছে নাঙলৰ সিৰলুত বিপুল সম্ভাৱনা...
25/07/2025

শাওন গীতাঞ্জলী কলিতা , গুৱাহাটী এতিয়া পিতাইৰ সুখবোৰ ক্লেদযুক্ত পথাৰত সেউজীয়া হৈ ফুলি উঠিছে নাঙলৰ সিৰলুত বিপুল সম্ভাৱনাই এঙামুৰি দিছে সৃষ্টিৰ আৱেশত ৰোৱনীৰ ঘৰ্মাক্ত শৰীৰত সোণসেৰীয়া সপোন এই সপোনে কঢ়িয়াই ক্লান্ত শৰীৰ আৰু ভৱিষ্যতৰ প্ৰাণময় সময়ক দ্ৰুত অভিযান আৰু সংগ্ৰামী প্ৰচেষ্টাত ঠন ধৰি উঠে ক্ৰমান্বয়ে সেউজী আৱেগ এয়াই শাওন য'ত গাঁঠি থোৱা আছে অনাগত দিনৰ সোণগুটিৰে গৰ্ভৱতী হোৱা ভড়ালৰ স্বপ্ন ...

শাওন – গীতাঞ্জলী কলিতা July 25, 2025July 19, 2025 Rongili Barta শাওন গীতাঞ্জলী কলিতা , গুৱাহাটী এতিয়া পিতাইৰ সুখবোৰ ক্লেদযুক্ত পথাৰত সেউ....

অবক্ষয় সমাজৰ নে মানৱৰ অৰ্ণৱ কটকী জাঁজী যোৰহাট লাহে লাহে যেন অবক্ষয় ঘটিছে সমাজ ব্যৱস্থাৰ তাৰ বাবে দায়ী কোন আমি মানৱ সমাজ...
25/07/2025

অবক্ষয় সমাজৰ নে মানৱৰ অৰ্ণৱ কটকী জাঁজী যোৰহাট লাহে লাহে যেন অবক্ষয় ঘটিছে সমাজ ব্যৱস্থাৰ তাৰ বাবে দায়ী কোন আমি মানৱ সমাজেই নহয় জানো! শিক্ষা,সংস্কৃতিৰ উত্তৰণৰ পথত এনে অবক্ষয় কিমান দূৰ গ্ৰহণ যোগ্য। হেৰাই গৈছে যেন অনুভৱ হয় আমাৰ সমাজৰ পৰা নৈতিক দায়িত্ববোধ, মানৱ প্ৰেম, শালীনতা, শিষ্টাচাৰ ইত্যাদি অলংকাৰ। লেতেৰা ৰাজনীতিৰ মেৰপাকত বন্দী হৈ সমাজ খনটো ঘূণে ধৰিলে । দোষ কাৰ?...

অবক্ষয় সমাজৰ নে মানৱৰ – অৰ্ণৱ কটকী July 25, 2025July 22, 2025 Rongili Barta অবক্ষয় সমাজৰ নে মানৱৰ অৰ্ণৱ কটকী জাঁজী যোৰহাট লাহে লাহে যেন অবক....

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when Rongili Barta- an Assamese weekly newspaper posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rongili Barta- an Assamese weekly newspaper:

Share