TNL News

TNL News Assamese news web portal from Indian state of Assam. Get breaking News, updates from across the globe, TNL News is 24×7 Assamese news channel based at Guwahati.
(2)

Welcome to the official Tnl News page. Get the Latest Breaking News alerts from India and across the world. Chief Editor Contact Number: 9864020900

WebSite : www.tnlnews.com

Facbook : https://www.facebook.com/TNLnewslive

Instagram : https://www.instagram.com/tnlnewslive/

Twitter : https://twitter.com/TNLnewslive

Youtube : https://www.youtube.com/c/TNLNEWSASSAM

26/07/2025

📌ইন্দিৰা আউট নৰেন্দ্ৰ ইন !
📌ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে মোদীয়ে ।
📌জনপ্ৰিয়তাৰ শীৰ্ষত এতিয়া মোদী।

📌'যিমান বেদখল হৈছে গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও সকলোবোৰ খালী কৰিব পাৰিম নে নাই সন্দেহ আছে'
26/07/2025

📌'যিমান বেদখল হৈছে গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও সকলোবোৰ খালী কৰিব পাৰিম নে নাই সন্দেহ আছে'

26/07/2025

📌উচ্ছেদৰ পিছতেই লাভান্বিত হ’ব অসমীয়া ডেকা৷ নিয়মৰ গণ্ডীৰ মাজেৰে কৰিব পাৰিব ব্যৱসায়...

📌বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং। বি...
26/07/2025

📌বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং। বিপৰীতে অষ্টম স্থানলৈ অৱনমিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। আমেৰিকান সংস্থা Morning Consult-এ চলোৱা এক সমীক্ষাত পাইছে এই তথ্য। ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত সম্পন্ন হৈছিল এই সমীক্ষা। সমীক্ষাত বিশ্বৰ ২০খন দেশৰ নেতাক সাঙুৰি লোৱা হৈছিল।

24/07/2025

📌চৰ ,লাঠ, ঘোঁচা। ধুবুৰীৰ গোলকগঞ্জত বিজেপি আৰু অসম গণ পৰিষদৰ মাজত প্ৰচণ্ড মাৰপিট।

📌থোৰতে জানি লওক কেবিনেটৰ সিদ্ধান্তকেইটা...
24/07/2025

📌থোৰতে জানি লওক কেবিনেটৰ সিদ্ধান্তকেইটা...

📌‘এজন নহয়, কেইবাজনো বিধায়কে কংগ্ৰেছৰ পৰা AIUDFৰ সৈতে যোগাযোগ কৰি আছে’, আশ্ৰাফুল হুছেইন
23/07/2025

📌‘এজন নহয়, কেইবাজনো বিধায়কে কংগ্ৰেছৰ পৰা AIUDFৰ সৈতে যোগাযোগ কৰি আছে’, আশ্ৰাফুল হুছেইন

📌 ‘এই ল’ৰাটোক ইমান হাইলাইট কৰিব নালাগে’,  শৃংখল চলিহাৰ সন্দৰ্ভত ৰফিকুল ইছলাম
23/07/2025

📌 ‘এই ল’ৰাটোক ইমান হাইলাইট কৰিব নালাগে’, শৃংখল চলিহাৰ সন্দৰ্ভত ৰফিকুল ইছলাম

📌কৌশিক কাশ্যপক NSUI অসম প্ৰদেশৰ নতুন ৰাজ্যিক সভাপতি নিযুক্তি
23/07/2025

📌কৌশিক কাশ্যপক NSUI অসম প্ৰদেশৰ নতুন ৰাজ্যিক সভাপতি নিযুক্তি

22/07/2025

📌গাৰ নোম শিয়ৰি উঠা এক কাহিনী।
📌যাৰ অন্তৰালত লুকাই আছে বহু ৰহস্য।
📌এটা মন্দিৰ আৰু হাজাৰজন লোকৰ মৃতদেহ।
📌ৰহস্যঘন বহুতো অকথ্য এতিয়া সংবাদ মাধ্যমত

22/07/2025

Live। অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ সিদ্ধান্ত চৰকাৰৰ- চৰম দুখবৰ অসমৰ নিবনুৱা সমাজলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when TNL News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TNL News:

Share