DA News Plus Digital

DA News Plus Digital Da NEWS PLUS is one of the TOP most popular 24x7 News Channels in North East India. Phone: 70990 17220 Da NEWS PLUS was officially launched on 15th April,2021.

Da NEWS PLUS is one of the most popular 24x7 satellite news channel in North East India, broadcasting news, current affairs and infotainment programmes. Mr. Anirban Das & Mrs. Rituparna Das are respectively the CMD and Director and are the main persons behind the establishment of the channel leading the conglomerate from the front. HQ in Guwahati and residing besides the bank of river Brahmaputra,

Da NEWS PLUS is one of the many ventures of AKD Build India Private Limited. The channel in the recent past has gained much popularity and has started to pust Northeast into a new horizon. It is the only satellite news channel in the Northeast to be broadcasted in English, Assamese & Bengali. It commands an impressive viewership and is establishing its footprints in the realm of news broadcasting in the region and beyond.

23/07/2025

ৰকিবুল হুছেইনৰ চকুৰ আগতে চামগুৰিত মছজিদ বনাই গাওঁ পাতি মিঞাই কৰিছে বিঘাই বিঘাই মাটি বেদখল

23/07/2025

📌 উৰিয়ামঘাটৰ পৰা নগাওঁ অভিমুখে হাজাৰ হাজাৰ বেদখলকাৰী
📌 নগাঁৱৰ চামগুৰি,ধিং,ৰূপহী নে বটদ্ৰৱা ক'ত ল'ব আশ্ৰয়?

23/07/2025

📌 বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে কঠোৰ GMC
📌 যান-বাহন আইন ভংগ কৰা ৰিক্সাৰ বেটাৰী জব্দ

23/07/2025

📌 ভাৰতক ভয় খুৱাবলৈ ক্ষেপনাস্ত্ৰ উৎক্ষেপন কৰি লাজ পালে পাকিস্তানে
📌 চীনৰ সহায়ত নিৰ্মাণ কৰা মিছাইল উৎক্ষেপনৰ অনুশীলনৰ সময়তেই ঘটিল বিস্ফোৰণ
📌 পাকিস্তানৰ শক্তিশালী মিছাইল শ্বাহিন-৩ উৎক্ষেপনৰ সময়ত অঘটন

23/07/2025

ভাৰত চৰকাৰৰ বস্ত্ৰ আৰু হস্ততাঁত মন্ত্ৰালয়ৰ অধীনত "সমৰ্থ" (SAMARTH) ৰ উদ্যোগত মাজুলীত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন

23/07/2025

টালি-টোপোলা বান্ধি ঘৰ এৰি নিশাৰ অন্ধকাৰত পলাইছে উচ্ছেদিত মিয়া, উৰিয়ামঘাটৰ পৰা আহি নতুন ঠাইত পাতিছে বাহৰ

23/07/2025

📌 শীঘ্ৰেই ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ, বেদখলকাৰীয়ে খালী কৰিছে ব্য়ৱসায়ীক প্ৰতিষ্ঠান, বাসস্থান
📌 আকোৰগোজ স্থিতিত থকা বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্য়ৱস্থা

📌 আজি পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু গীল বাহিনী
23/07/2025

📌 আজি পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু গীল বাহিনী

23/07/2025

ভাড়াঘৰত উদ্ধাৰ অভিযন্তা জোচিতা দাসৰ নিথৰদেহ, চুইচাইড নোটত বিস্ফোৰক তথ্য পোহৰলৈ

📌 সাহিত্যাচার্য ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানত শোকৰ ছাঁ
23/07/2025

📌 সাহিত্যাচার্য ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানত শোকৰ ছাঁ

📌 ভাৰতীয় নাট্য জগতৰ মহীৰূহ ৰতন থিয়ামৰ ৭৭ বছৰ বয়সত মৃত্যু
23/07/2025

📌 ভাৰতীয় নাট্য জগতৰ মহীৰূহ ৰতন থিয়ামৰ ৭৭ বছৰ বয়সত মৃত্যু

23/07/2025

জঘন্য, জন্মদাত্ৰীয়ে মৰিয়াই মৰিয়াই হ*ত্যা কৰিলে দেৱশিশুক, গামোচাৰে মেৰিয়াই পুতি থলে গাঁতত

Address

North Gauhati

Alerts

Be the first to know and let us send you an email when DA News Plus Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DA News Plus Digital:

Share