TIMES ASOM

TIMES ASOM Welcome to " Times Asom "Social & Cultural News

29/10/2023

মৰিগাঁৱৰ লাউভূৰুংগাত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত দিহানাম আৰু ভাগৱত পাঠৰ সামৰণি।

27/10/2023

👌মৰিগাঁৱৰ বৰছলাত শুক্ৰবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা।থিতাতে নিহত এজন বাইক আৰোহীৰ।
👌নিহত বাইক আৰোহীজন নগাবন্ধা অঞ্চলৰ তাৰিকুল ইছলাম বুলি চিনাক্ত হৈছে।
👌বৰছলাত পথৰ দাঁতিত থকা এটা মাইলৰ খুটিত AS21K 5125 নম্বৰৰ পালছা বাইকখন খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।

25/10/2023

হায় মানৱতা!মৰিগাঁৱৰ তাপতলাত কোচ সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ বাবেই গাঁওখনৰ অমল বৰঠাকুৰ নামৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকজনৰ মৃতদেহ চমজি নলয় পিতৃ গৃহৰ পৰিয়ালে।ইয়াকে লৈ বুধবাৰে উত্তপ্ত পৰিস্থিতি। মৃত লোকজনৰ পত্নী-পুত্ৰৰ লগতে স্থানীয় ৰাইজে মৃতদহটো ৰাখিলে পিতৃগৃহৰ চোতালত।

24/10/2023

আজি বিজয়া দশমী।লাহৰীঘাটত পৰম্পৰাগত ভাৱে প্ৰতিমা বিসৰ্জনেৰে শাৰদীয় দুৰ্গোৎসৱৰ পৰিল সামৰণি।

23/10/2023

আজি মহানৱমী।ডিগবৈৰ শ্ৰীশ্ৰী নেপালী বিষ্ণু মন্দিৰত অনুষ্ঠিত হয় নৱ কন্যা পূজা।

22/10/2023

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলৰ সন্দৰ্ভত জটীয়াবড়ি চৰত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া উপস্থিত।সৰ্বসাধাৰণ লোক সকলক উচতনি দিয়া ব্যক্তি সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ।

22/10/2023

লাহৰীঘাটৰ ডোংগাপাৰা সাৰ্বজনীন শ্ৰীশ্ৰী শাৰদীয় দূৰ্গা পূজা উদযাপন সমিতিক ৰবিবাৰে চৰকাৰৰ ১০ হাজাৰ টকা সাহায্যৰ চেক প্ৰদান কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে।

21/10/2023

বান খহনীয়াগ্ৰস্ত লাহৰীঘাটত শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমীৰ নিশা মন্দিৰত উখল মাখল পৰিবেশ।

16/10/2023

এই নিৰ্বাচন বিধান সভা বা পঞ্চায়ত নিৰ্বাচন বুলি আপোনালোকে ভুলতো নাভাবিব।এইয়া হৈছে লাহৰীঘাটৰ ৰজাগাধোৱা প্ৰাথমিক বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত পৰিচালনা সমিতি গঠনৰ নিৰ্বাচন।নিৰ্বাচনৰ পিছত নৱ নিৰ্বাচিত সভাপতিক লৈ সমৰ্থকৰ বিশাল সমদল।

Address

North Gauhati

Telephone

+919101043616

Website

Alerts

Be the first to know and let us send you an email when TIMES ASOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIMES ASOM:

Share