My Guwahati

My Guwahati Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from My Guwahati, Media/News Company, North Gauhati.

মনোৰঞ্জন-ট্ৰেণ্ডিং-ভাইৰেল খবৰ, 𝙛𝙪𝙣𝙣𝙮 𝙢𝙚𝙢𝙚 আদিৰ একমাত্ৰ নিৰ্ভৰযোগ্য আৰু নম্বৰ_1বহুভাষিক প'ৰ্টেল 𝙏𝙝𝙚 𝙉𝙤. 𝙊𝙣𝙚 24𝙓7 𝙄𝙣𝙛𝙤𝙩𝙖𝙞𝙣𝙢𝙚𝙣𝙩 𝙈𝙪𝙡𝙩𝙞𝙡𝙞𝙣𝙜𝙪𝙖𝙡 𝙋𝙤𝙧𝙩𝙖𝙡 𝙤𝙛 𝘼𝙨𝙨𝙖𝙢. 𝙁𝙤𝙡𝙡𝙤𝙬 𝙐𝙨🥰🙏
WhatsApp: 7896754700

কি দিন আছিল কি হৈ গ'ল ! কোন হয় চিনি পাইছে নে!
24/07/2025

কি দিন আছিল কি হৈ গ'ল ! কোন হয় চিনি পাইছে নে!

গুৱাহাটীত মোবাইল বিষ্ফোৰিত হৈ মাতৃ-কন্যাৰ মৃ*ত্যু
24/07/2025

গুৱাহাটীত মোবাইল বিষ্ফোৰিত হৈ মাতৃ-কন্যাৰ মৃ*ত্যু

21/07/2025

পুনৰ বিমান দূৰ্ঘটনা ! অতি দুখজনক

AI য়ে পৃথিৱী ধ্বংস কৰিব নেকি? অৰ্চিতা ফুকনৰ ঘটনাটোত কি কি AI ব্যৱহাৰ কৰা হৈছিল ? শুনক অসমৰ প্ৰথম AI আৰ্টিষ্ট জিয়াৰুল চৌধ...
20/07/2025

AI য়ে পৃথিৱী ধ্বংস কৰিব নেকি? অৰ্চিতা ফুকনৰ ঘটনাটোত কি কি AI ব্যৱহাৰ কৰা হৈছিল ? শুনক অসমৰ প্ৰথম AI আৰ্টিষ্ট জিয়াৰুল চৌধুৰীৰ মুখেৰে!

অহা ৫০০ বছৰত মাটি খান্দিলে এইবোৰ পোৱা যাব !
19/07/2025

অহা ৫০০ বছৰত মাটি খান্দিলে এইবোৰ পোৱা যাব !

😥যোৱা কিছুদিন ধৰি ইনভাৰ্টাৰ দুৰ্ঘটনা অৰ্থাৎ ইনভাৰ্টাৰ বন্ধ কৰিবলৈ গৈ কেইবাগৰাকী লোকৰ , বিশেষকৈ মহিলা মৃত্যু হোৱা শোকাবহ ...
15/07/2025

😥যোৱা কিছুদিন ধৰি ইনভাৰ্টাৰ দুৰ্ঘটনা অৰ্থাৎ ইনভাৰ্টাৰ বন্ধ কৰিবলৈ গৈ কেইবাগৰাকী লোকৰ , বিশেষকৈ মহিলা মৃত্যু হোৱা শোকাবহ ঘটনাৰ বাতৰি পঢ়িবলৈ পাইছো। সিদিনা এটা বাতৰি পঢ়িলো যত মাতৃ গৰাকীয়ে ইনভাৰ্টাৰৰ ছুইচ অফ কৰিবলৈ গৈছিল, কোলাত আছিল এজনী ছয় মহীয়া কন্যা সন্তান। দুয়োৰে শোকাবহ মৃত্যু হল। আজি আৰু এটা ঘটনা। কেইদিনমানৰ পূৰ্বে একেদৰেই এগৰাকী চিকিৎসকৰ মৃত্যু। ইনভাৰ্টাৰৰ ছুইচ অফ নাইবা অন কৰিবৰ সময়ত কেনেভাৱে সচেতন হব লাগে সেই বিষয়ত ময়ো জানিব বিচাৰি আছিলো। আজি হঠাৎ ফেচবুক বন্ধু উৎপল দাস ৰ তলৰ পোষ্টটো পাই সিদ্ধান্ত কৰিলো এইটো মোৰ টাইম লাইনত দিয়া উচিত। সকলোৱে এইখিনি পঢ়া উচিত আৰু ছেয়াৰ নাইবা কপি পেষ্ট কৰি প্ৰচাৰ কৰা উচিত। এই পোষ্টটো দিয়াৰ বাবে উৎপল দাস ক বহুত বহুত ধন্যবাদ জনালো। আশাকৰো এই পোষ্টটোৰ দ্বাৰা আমি সকলোৱে ইনভাৰ্টাৰ সম্পৰ্কে কিছু কথা জানিব পাৰিম আৰু সম্ভাব্য বিপদ সম্পৰ্কে সচেতন সতৰ্ক হব পাৰিম।

✅ Inverter off কৰাৰ নিয়ম - প্ৰথমে inverter ups টো বন্ধ কৰি লব । তাৰ পিছত হে inverter charging board খনৰ switch টো off কৰি 3 pin top টো খুলিব । যদি প্ৰথম charging board খনৰ swich টো off কৰিও যদি 3 pin top টু diconnect কৰে inverter টো on হৈ থকাৰ লগতে 3 pin top টো যেতিয়া খুলি দিব neutral line টু disconnect হোৱাৰ ফলত pin তোৰ neutral side ত current আহি থাকে । যাৰ ফলত pin টো toch হোৱাৰ লগে লগে 220v (প্ৰতিটো inverter ৰ বিশেষ কৈ sine wav inverter ত out put voltage প্ৰায় 230 য়ে থাকে। load দিয়াৰ ফলত 220 লৈ যায় ) inverter খোলা ব্যক্তিজনৰ গাত প্ৰবাহ হয়। আমাৰ body য়ে minimum 90 voltage ৰ তলত হে electric voltage সহ্য কৰিব পাৰে ।
মন কৰিবলগীয়া কথা - wiring , installtion এজন প্ৰফেচনেল wireman / electrician ৰ দ্বাৰা হে কৰিব । যিকোনো electric কাম কৰাৰ আগতেই এইবোৰ কথা মন কৰিব - চেন্ডেল পিন্ধিব (চেন্ডেল পিন্ধিলেও যদি কোনো বিদ্যুৎ প্ৰবাহিত জেগাত চুৱে তেতিয়াও জাতকা লাগিব কিন্তু shock অলপ কমকৈ পাব।) এখন প্লাষ্টিকৰ চকীত উঠি ল'ব পাৰে। live wire বা phase ত tuch কৰাৰ পৰা বিৰত থাকক। কোনো electrical safty Roll নজনাকৈ electric কাম নকৰিব ।

✅সকলোৱে কথা এটা মনত ৰাখিব যে Inverter বন্ধ কৰিবলৈ বিচাৰিলে প্ৰথমতে সদায় Inverter ৰ চুইছ টো off কৰিব। তাৰ পিছতহে Pluck ৰ চুইছ off কৰিব। Pluck ৰ চুইছটো প্ৰথমতে off কৰিবলৈ গ'লে Inverter য়ে backup line create কৰে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। ঠিক তেনেদৰেই বন্ধ হৈ থকা Inverter on কৰিবলৈ হ'লে প্ৰথমতে সদায় Pluck ৰ চুইছ টো on কৰি লৈ পিছত Inverter ৰ চুইছটো দিব। এই কথাখিনি follow কৰিলে এনেকুৱা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰি।

✅চাওঁক কেতিয়াবা Transformer ত কিবা বিসংগতি হ'লে Inverter জ্বলি যায়, ডাঙৰকৈ গাজনি ধেৰেকনি মাৰিলেও Inverter জ্বলি যায়। মেইন কথাটো হ'ল আপোনাৰ বিদ্যুতৰ ওপৰত ন্যুনতম জ্ঞান অকন মান থাকিব লাগে। ঘৰৰ আৰ্থিং ঠিক থাকিব লাগে। Inverter ৰ পিছফালে এডাল Wire ওলাই গৈছে সেইডাল Phase হয়। আৰু Charge দিবৰ বাবে বৰ্ডত যিডাল লাগি আছে সেইডাল Neutral হয়। Inverter ৰ Switch off নকৰাকৈ বৰ্ডৰ Wire ডাল Unplug কৰোঁতে সাৱধান। Neutral ডালেদি সেই Electric Load টো ঘুৰি আহে আপোনাৰ Source টোলৈ বা Inverter টোলৈ। Government Supply তকৈ Inverter ৰ Voltage বেছি বাবেই মানুহৰ মৃত্যু হয় ।
এই খিনি কথা মনত ৰাখি সতৰ্ক হব। আনকো এই সম্পৰ্কত সচেতন কৰিব। 🔷️

Copied

📲পোন প্ৰথমবাৰৰ বাবে অসমত AI বিষয়ক কৰ্মশালা📲চচিয়েল মিডিয়াৰ কন্টেন্টৰ বাবে AI কেনেদৰে ব্যৱহাৰ কৰিব📲AI ব্যৱহাৰ কৰি ভাইৰেল ভ...
08/07/2025

📲পোন প্ৰথমবাৰৰ বাবে অসমত AI বিষয়ক কৰ্মশালা
📲চচিয়েল মিডিয়াৰ কন্টেন্টৰ বাবে AI কেনেদৰে ব্যৱহাৰ কৰিব
📲AI ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ কেনেদৰে সৃষ্টি কৰিব
📲কোনবোৰ AI Tools বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি
📲High Quality AI ফটো ভিডিঅ কেনেদৰে সৃষ্টি কৰিব পাৰি
📲আৰু বহুতো তথ্য সামৰি এই কৰ্মশালা

যোগাযোগ কৰিবলৈ স্ক্ৰীণৰ নম্বৰত কল কৰক!

LIMITED SEAT

Resource Person: AI Artist Jiarul Choudhury

Breaking news: কালিয়েই পংকজ পাঠকে আগজাননী পাইছিল ষড়যন্ত্ৰ আৰু আক্ৰমণৰ কথা ! যোৱা নিশাৰ এটি ভাইৰেল পোষ্ট
02/07/2025

Breaking news: কালিয়েই পংকজ পাঠকে আগজাননী পাইছিল ষড়যন্ত্ৰ আৰু আক্ৰমণৰ কথা ! যোৱা নিশাৰ এটি ভাইৰেল পোষ্ট

2026 ত ৰাইজে কাক বা দিয়ে !
01/07/2025

2026 ত ৰাইজে কাক বা দিয়ে !

28/06/2025

নতুন অসমীয়া চিনেমা আহি আছে "মালামাল বইজ"

বহুতে নাজানে আমাৰ সময়ৰ চুপাৰ্ষ্টাৰ মিঠুন চক্ৰৱৰ্তী কেমিষ্ট্ৰিৰ গ্ৰেজুৱেট !
25/06/2025

বহুতে নাজানে আমাৰ সময়ৰ চুপাৰ্ষ্টাৰ মিঠুন চক্ৰৱৰ্তী কেমিষ্ট্ৰিৰ গ্ৰেজুৱেট !

গুট*খা খাই আৰক্ষী বিষয়াৰ মৃত্যু
24/06/2025

গুট*খা খাই আৰক্ষী বিষয়াৰ মৃত্যু

Address

North Gauhati

Telephone

+917896754700

Website

Alerts

Be the first to know and let us send you an email when My Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to My Guwahati:

Share