শিকলি

শিকলি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শিকলি, News & Media Website, North Gauhati.

জুবিন গাৰ্গ আৰু নাই 😭😭😭😭😭
19/09/2025

জুবিন গাৰ্গ আৰু নাই 😭😭😭😭😭

13/09/2025

#চূড়ান্ত_অনুশীলন
ভূপেন হাজৰিকা দেৱৰ শত বাৰ্ষিকী জন্মদিনৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানটিৰ বাবে সাজু বহুকেইজন অসমৰ সংগীত শিল্পীয়ে একেলগে পৰিবেশন কৰিব সংগীতনুষ্ঠন ।

সুধাকণ্ঠ, 'ভাৰত ৰত্ন' ড০ ভূপেন হাজৰিকাদেৱৰ আজি ১০০সংখ্যক জন্মদিন ।    অসমীয়া সংগীত আৰু সংস্কৃতিৰ মহিমামণ্ডিত গৰিমাক ভাৰত...
08/09/2025

সুধাকণ্ঠ, 'ভাৰত ৰত্ন' ড০ ভূপেন হাজৰিকাদেৱৰ আজি ১০০সংখ্যক জন্মদিন ।

অসমীয়া সংগীত আৰু সংস্কৃতিৰ মহিমামণ্ডিত গৰিমাক ভাৰতবৰ্ষ তথা বিশ্বৰ মানচিত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ লোৱা ব্যক্তিজনেই আমাৰ মৰমৰ ড° ভূপেন হাজৰিকা।
কিম্বদন্তি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ অৱদান অসম আৰু অসমীয়াৰ বাবে যাউতিযুগীয়া সম্পদ।

কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া ড০ ভূপেন হাজৰিকাৰ দৰে বহুমুখী ব্যক্তিত্ব বিশ্ব প্ৰেক্ষাপটতে বিৰল।

অসম তথা ভাৰতৰ এগৰাকী জগত জিনা কণ্ঠৰ গায়ক, সুৰকাৰ, গীতিকাৰ , সংগীত পৰিচালক,, চিত্ৰ-নাট্যকাৰ, অনাতাঁৰ-নাট্যকাৰ, মঞ্চ-নাট্যকাৰ, চিত্ৰকৰ, কবি, লগতে কিছু সময়ৰ বাবে সংসদীয় ৰাজনীতিত যোগদান কৰা এজন ৰাজনীতিক, জনসংযোগত গৱেষণা কৰা বহু প্ৰতিভাৰ গৰাকী ড০ ভূপেন হাজৰিকা দেৱ প্ৰতিগৰাকী অসমীয়াৰ বাবে প্ৰেৰণা।

জীৱনকালত বহু বঁটা-বাহনেৰে অলংকৃত বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পীগৰাকীক ২০১৯ চনত মৰণোত্তৰভাৱে আগবঢ়াইছিল দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'।
তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি,দূনীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ
তেখেতৰ কৰ্মৰাজীয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নতি সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাৰ অৱদান অতুলনীয়।

প্ৰতিজন অসমীয়াৰ তেওঁ প্ৰাণ।
ভূপেন্দ্ৰ শতাব্দী'ৰ আজি এই পবিত্ৰ ক্ষণত বিশ্ব বৰেণ্য শিল্পীগৰাকী শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। 🙏🏻💐
(সংগহিত)

গণেশ চতুৰ্থীত এই কেইটা কামত গুৰুত্ব দিব । 🙏🙏 ি_বাব 🙏🙏
27/08/2025

গণেশ চতুৰ্থীত এই কেইটা কামত গুৰুত্ব দিব । 🙏🙏
ি_বাব 🙏🙏

31/03/2025
মোৰ 'হেঁপাহৰ কবিতা'  অসমীয়া ৰোমাণ্টিক গীত টো  আপোনালোকৰ বাবে আগবঢ়ালোঁ । আশা ৰাখিলোঁ মৰমেৰে আদৰি লব । আপোনালোকৰ গঠনমূলক...
25/03/2025

মোৰ 'হেঁপাহৰ কবিতা' অসমীয়া ৰোমাণ্টিক গীত টো আপোনালোকৰ বাবে আগবঢ়ালোঁ । আশা ৰাখিলোঁ মৰমেৰে আদৰি লব । আপোনালোকৰ গঠনমূলক মন্তব্যই মোক উৎসাহিত কৰিব ।

Music: Ramesh Hazarika
Cast: Karishma Kriti BraJen Bhaikon
MUA: Manmita
Cinematography: Abhi
#হেঁপাহৰ_কবিতা






Title : Hepahor Kabita (The Story Begins here)Audio Credits :Singer : Kashmiri Das Lyrics, Tune & Music : Ramesh Hazarika (TMR STUDIO)Backing Vocals: Kallol ...

01/03/2025

Rupali Kashyap আৰু Bipul Das Bikash ৰ কণ্ঠ আৰু BraJen Bhaikon আৰু Nikhita Borahৰ অভিনয় কৰা এটা সুন্দৰ video আপোনালৈ আগবঢ়ালোঁ ।

31/12/2024
18/11/2024

#মাজুলীৰ ৰতনপুৰৰ ৰাস মহোৎসৱত কংস ৰ ৰূপত অভিনেতা অশোক কলিতাৰ অদম্য অভিনয়ৰ লগতে কণমানি শিশুটিৰ কংসক দিয়া দৃষ্টি টোৱে উপস্থিত ৰাইজক মোহাছন্ন কৰিলে ।😁😁🤘🤘

 #শিকলি পেজৰ ফালৰ পৰা মৰমৰ    লৈ  #জন্মদিনৰ বহুত বহুত  #শুভেচ্ছা জ্ঞাপন কৰিলো ।🎂🎂🎂🎂💐💐💐💐💐🎂🎂🎂🎂
18/11/2024

#শিকলি পেজৰ ফালৰ পৰা মৰমৰ লৈ #জন্মদিনৰ বহুত বহুত #শুভেচ্ছা জ্ঞাপন কৰিলো ।🎂🎂🎂🎂💐💐💐💐💐🎂🎂🎂🎂

Address

North Gauhati
781150

Alerts

Be the first to know and let us send you an email when শিকলি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share