News Time

News Time Welcome to News Time on Facebook. An News Time Assamese Daily News paper.

🩺 হায়াত হেল্থ চিটিত আৰম্ভ হৈছে ECG সেৱাৰোগীৰ সুবিধাৰ্থে হায়াত হেল্থ চিটিত অত্যাধুনিক ECG (ইচিজি) সেৱা উপলব্ধ কৰা হৈছে। অ...
07/06/2026

🩺 হায়াত হেল্থ চিটিত আৰম্ভ হৈছে ECG সেৱা

ৰোগীৰ সুবিধাৰ্থে হায়াত হেল্থ চিটিত অত্যাধুনিক ECG (ইচিজি) সেৱা উপলব্ধ কৰা হৈছে। অভিজ্ঞ স্বাস্থ্যকৰ্মী আৰু চিকিৎসকৰ তত্বাৱধানত ECG পৰীক্ষা কৰা হয়।

🎓 ECG Technician পাঠ্যক্ৰমত নাম ভৰ্তি চলি আছে

হায়াত হেল্থ চিটিৰ ২য় মহলাত ECG Technician পাঠ্যক্ৰম আৰম্ভ হৈছে। স্বাস্থ্য খণ্ডত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে অতি সোনকালে নাম ভৰ্তি কৰক।

✅ তাত্ত্বিক আৰু ব্যৱহাৰিক প্ৰশিক্ষণ
✅ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পাঠদান
✅ স্বাস্থ্য খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ
✅ সীমিত আসন

📞 যোগাযোগ: 9954384885
📧 ই-মেইল: [email protected]

📍 ঠিকনা:
হায়াত হেল্থ চিটি, জুৰীয়া ৰোড, চিলঙনি
চলচলি চৰকাৰী চিকিৎসালয়ৰ ওচৰত

আজিেই নাম ভৰ্তি কৰক আৰু স্বাস্থ্য খণ্ডত আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ দিশে এখোজ আগবাঢ়ক।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছ-পুলি ৰোপণ বিশ্ব পৰিবেশ দিৱস উপলক্ষে জুৰীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত ক্লাৱৰ চৌহদত গছ-পুলি ৰোপণ ক...
05/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছ-পুলি ৰোপণ
বিশ্ব পৰিবেশ দিৱস উপলক্ষে জুৰীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত ক্লাৱৰ চৌহদত গছ-পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ক্লাৱৰ সদস্যসকলে অংশগ্ৰহণ কৰি পৰিবেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰে।

05/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেন্টাৰ (MGNSC) আৰু হায়াত হেল্থ চিটিৰ যৌথ উদ্যোগত এক গছ পুলি ৰোপণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়।

05/06/2026
23/05/2026

নগাওঁ জিলা ৰাইজৰ বাবে সুখবৰ! 🏥

হায়াত হেল্থ চিটিত
দৈনিক বিয়লি ১ বজাৰ পৰা ৫ বজালৈ উপস্থিত থাকিব
ডাঃ প্ৰিয়কা দাস

👩🏻‍⚕️ অভিজ্ঞ মেডিচিন বিশেষজ্ঞৰ দ্বাৰা উন্নত পৰামৰ্শ আৰু চিকিৎসা সেৱা।

🔹 চিকিৎসা কৰা হ’ব —
✔️ COPD / হাঁপানী আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা
✔️ ডাইবেটিচ (চেনী ৰোগ)
✔️ উচ্চ ৰক্তচাপ (BP)
✔️ শৰীৰ বিষ আৰু জইণ্ট পেইন
✔️ জ্বৰ, ঠাণ্ডা, কাহ
✔️ গেষ্ট্ৰিক, এচিডিটি আৰু হজমজনিত সমস্যা
✔️ থাইৰইড সমস্যা
✔️ কিডনী আৰু লিভাৰজনিত সমস্যা
✔️ বুকুৰ বিষ আৰু হৃদযন্ত্ৰজনিত প্ৰাথমিক সমস্যা
✔️ এলাৰ্জি আৰু চর্মৰ সমস্যা
✔️ দুৰ্বলতা, মূৰ ঘূৰণি আৰু ৰক্তহীনতা
✔️ লিভাৰৰ সমস্যা
✔️ ভাইৰেল জ্বৰ আৰু সংক্রমণজনিত ৰোগ
✔️ বয়সজনিত বিভিন্ন স্বাস্থ্য সমস্যা
✔️ সাধাৰণ মেডিচিন আৰু স্বাস্থ্য পৰামৰ্শ

📍 অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত উন্নত চিকিৎসা সেৱা লাভ কৰক।
📞 অধিক তথ্য আৰু এপইণ্টমেণ্টৰ বাবে যোগাযোগ কৰক - 8638060164 নম্বৰত

04/05/2026

নগাঁও জিলাৰ চিলঙনিস্থিত Hayat Health Cityত ৰোগীৰ সুবিধাৰ বাবে আৰম্ভ কৰা হৈছে উন্নত চিকিৎসা সেৱা।
এই স্বাস্থ্য কেন্দ্ৰত দৈনিক বিকেলি ২ বজাৰ পৰা ৪ বজালৈ উপস্থিত থাকিব জেষ্ঠ চিকিৎসক ডাঃ প্ৰিয়াংকা দাস।
তেওঁৰ দ্বাৰা ফেটি লিভাৰ, চৰ্মৰোগ, পেটৰ বিষ, চকুৰ তলত কলা দাগ, জণ্ডিছ, টাইফয়ড, নাকৰ ৰক্তপাত, পাইলচ, নাৰ্ভৰ বিষ, বুকুৰ বিষ, ককালৰ বিষ, বুকু জ্বলা-পোৰা, উচ্চ আৰু নিম্ন ৰক্তচাপ, গাঠিৰ বিষ তথা কাণৰ শব্দৰ দৰে বিভিন্ন ৰোগৰ চিকিৎসা আগবঢ়োৱা হ’ব।
ইয়াৰ উপৰিও সকলো ধৰণৰ সাধাৰণ আৰু জটিল ৰোগৰ বাবে পৰামৰ্শ আৰু চিকিৎসা সুবিধা উপলব্ধ।
ৰোগীসকলক সুবিধা লাভ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক—৯৩৯৫৬ ৩৪৩০৭ নম্বৰত।
হয়াত হেল্থ চিটি ,চিলঙনি ,নগাও অসমত

চলচলি চৰকাৰী হচপিতালৰ ওচৰত

03/05/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা

মহাত্মা গান্ধী নেচনেল ষ্টাডি চেন্টাৰ আৰু হায়াত হেল্থ চিটিৰ উদ্যোগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাধিক কৃতি শিক্ষাৰ্থীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত শিক্ষাবিদ তথা জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাসমত আলী, নগাঁও মাৰ্কাজ একাডেমীৰ অধ্যক্ষ মোস্তাফা কামাল, হয়বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি দিব্যজ্যোতি বৰুৱা, চিকিৎসক ডাঃ কামাল হাছান আৰু সঞ্চালক তফাজ্জুল ইছলাম উপস্থিত থাকে।

বিশিষ্ট সমাজ সেৱক আনিচুজ্জামানে সভাপতিত্ব কৰা এই সম্বৰ্ধনা অনুষ্ঠানত সকলো কৃতি শিক্ষাৰ্থীক একোখনকৈ ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।

বিদ্যালয় পৰিদৰ্শনৰ দায়িত্ব অৰ্পণ দণ্ডাধীশক, কঠোৰ শিক্ষা বিভাগ
01/05/2026

বিদ্যালয় পৰিদৰ্শনৰ দায়িত্ব অৰ্পণ দণ্ডাধীশক, কঠোৰ শিক্ষা বিভাগ

Address

North Gauhati

Telephone

+919954384885

Website

Alerts

Be the first to know and let us send you an email when News Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Time:

Share

Category