15/07/2025
সোণতলী যুৱ সংগৰ দ্বাৰা আয়োজিত Sontoli Premier League, Season 2ৰ আজি সফল সামৰণি পৰে।*
তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত সদৌ অসম ভিত্তিত ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি অন্ত পৰে।
প্ৰথম, দ্বিতীয় ৰাউণ্ড আৰু ছেমি-ফাইনেলৰ অন্তত তামান্না 11 ক্ৰিকেট টীম আৰু বাউশকাটা ক্ৰিকেট টিমৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হয়।