Fazlur Rahman Unofficial

Fazlur Rahman Unofficial Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Fazlur Rahman Unofficial, Digital creator, Guwahati.

19/06/2025

Hello দাদা বেয়া নাপাব, প্লিজ বেয়া নাপাব দাদা, মোৰ জ্বৰ উঠি গৈছে! আপুনিতো জানেই যে Gaurav Gogoi গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ Indian National Congress - Assam ৰ সভাপতি হ'ল। ইফালে আকৌ ২৬ ৰ নিৰ্বাচনৰ বাবে মাত্ৰ ৬-৭ মাহ মান বাকী আছে। টিকটৰ কথা আছে দাদা।
এই কেইদিনমান মই আপোনাৰ বিৰুদ্ধে মাজে সময়ে মাত মাতিবই লাগিব নহ'লে মোৰ টিকট গ'ল দাদা... আপুনিতো জানেই মই আপোনাৰ নেতৃত্বত গঠণ কৰা দাদা ব্ৰিগেডৰ অন্যতম সদস্য। মোৰ ওপৰত বিশ্বাস ৰাখক দাদা, খালি টিকটৰ বাবে অলপ কেইদিন সহ্য কৰক দাদা যাতে মই কান্দিব নালাগে দাদা।
দাদা মই গোৱালপাৰাত গৈছিলোঁ উচ্ছেদৰ তাতে, ভালে ভালেই উচ্ছেদ চলি আছে দাদা আৰু আজি নৱগঠিত ছমৰীয়া সমষ্টিত মই আপোনাৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুটামান কথা কৈছোঁ। কওঁতে মোৰ অন্তৰ ফাটি গ'ল দাদা, কি ক'ম দাদা মোৰ মুখখন চাব কিমান ক'লা পৰি গৈছে! ইচ্ছা নথকা স্বত্বেও খালি গৌৰৱ গগৈ ডাঙৰীয়াক ভাল লগোৱাৰ কাৰণে আৰু নৱগঠিত ছমৰীয়া সমষ্টিৰ মানুহক পুণৰবাৰ বুৰ্বক সজাবলৈ মই আপোনাৰ বিৰুদ্ধে এটামান বাক্য কৈ নাটক কৰিলোঁ দাদা। আৰু দাদা জানে মই আপোনাৰ বিৰুদ্ধে কথা কৈ আহোতে গাড়ীত বহি বহি কিমান কান্দিলোঁ? মই ভাত নাখালোঁ দাদা! মোৰ কি হ'ব দাদা?

Good morning everyone. এইডা আপনেৰা কি ফল বা কি গাছ কৈন
20/05/2025

Good morning everyone. এইডা আপনেৰা কি ফল বা কি গাছ কৈন

18/04/2025
17/04/2025

যোগ্য প্ৰাৰ্থীক ভোট প্ৰদান কৰক

Address

Guwahati

Telephone

+919854941238

Website

Alerts

Be the first to know and let us send you an email when Fazlur Rahman Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share