Sima Das

Sima Das Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sima Das, Digital creator, North Gauhati.

সংগীত যদি ধৰ্ম হয়,          জুবিন দামোৰ          ভগৱান।।।জীৱন মানেই                  জুবিন দা।।
26/09/2025

সংগীত যদি ধৰ্ম হয়,
জুবিন দা
মোৰ
ভগৱান।।।

জীৱন মানেই
জুবিন দা।।

সিংহ নোহোৱা হাবিত এতিয়া শিয়াল ৰজা হ'ব 😭
25/09/2025

সিংহ নোহোৱা হাবিত এতিয়া শিয়াল ৰজা হ'ব 😭

আত্মা উৰি গলেও অন্ততঃ শৰীৰটো আছিল চকুৰ আগত, আজিৰ পৰা সেয়াও নাথাকিব,কেনেকৈ সহ্য কৰিব অ দাদা আজি ইয়াতেই চিৰ বিদায় লৈ শু...
23/09/2025

আত্মা উৰি গলেও অন্ততঃ শৰীৰটো আছিল চকুৰ আগত,
আজিৰ পৰা সেয়াও নাথাকিব,
কেনেকৈ সহ্য কৰিব অ দাদা আজি ইয়াতেই চিৰ বিদায় লৈ শুই পৰিব আমাৰ জুবিন দা 😭😭😭
কেনেকৈ সম্ভৱ হৈ গ'ল বাৰু,,
তুমি অমৰ হৈ ৰোৱা সদায় 🙏🙏
জয় জুবিন দা 🙏🙏😭😭😭

 #প্ৰকৃতিৰ লগত কিমান প্ৰেম আপোনাৰ,,অপুনিটো গমেই নাপায় শুই আছে সকলোকে সাৰে ৰাখি😭😭প্ৰকৃতিও কান্দিছে আজি আপোনাৰ কাৰণে,,, সঁ...
21/09/2025

#প্ৰকৃতিৰ লগত কিমান প্ৰেম আপোনাৰ,,অপুনিটো গমেই নাপায় শুই আছে সকলোকে সাৰে ৰাখি😭😭প্ৰকৃতিও কান্দিছে আজি আপোনাৰ কাৰণে,,, সঁচাকৈয়ে অসমত থকা হ'লে এনেকুৱা নহ'ল হৈ দাদা বিদেশৰ প্ৰকৃতিয়ে কি বুজি পাব আমাৰ অসমৰ ৰজাজন 😭😭😭😭😭😭 miss u Dada

ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি আমাৰ ৰজা জুবিন দা। যি কেবল মানুহ ঘটিছে টকা নহয় ❤️                     সেই  সাগৰখনো ইমান  বিশা...
21/09/2025

ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি আমাৰ ৰজা জুবিন দা। যি কেবল মানুহ ঘটিছে টকা নহয় ❤️


সেই সাগৰখনো ইমান বিশাল নাছিলে
অসমৰ হীৰাৰ বিশালতা সিমান ....
এয়াই জনসমুদ্ৰ ..
এয়াই অসম ...
এয়াই অসমৰ বাঘ..
জয় আই অসমৰ
🥹🥹🥹🥹🥹

Aponar Gane xodai konduabo oo dada nedexa jone aponk val koi rakhe jn xodai dadak
21/09/2025

Aponar Gane xodai konduabo oo dada nedexa jone aponk val koi rakhe jn xodai dadak

আপোনাক লগ পোৱাৰ হেঁপাহ হেঁপাহ হৈ ৰল 😭😭😭
19/09/2025

আপোনাক লগ পোৱাৰ হেঁপাহ হেঁপাহ হৈ ৰল 😭😭😭

09/07/2025

ৰাধা খননো যোৱা কালি‌ ৰাতি শেষ কৰিলো কি যে শব্দৰ গাথাঁ উফ্ ...যেন আজি তিনিদিনেৰে মই ৰাধা তে সোমাই আছিলো আজি হে ওলালো.... সৰাফুল, নিৰিবিলি, ৰাধা ...... আগলৈ অপেক্ষা ........ কৌশিক নন্দন বৰুৱা 🖊️📝

হেৰাই যোৱা সম্পত্ত ❤️
30/06/2025

হেৰাই যোৱা সম্পত্ত ❤️

30/06/2025

Meri hunuman ji meri duniya ❤️

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when Sima Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share