Lakhimpur roaster boy

Lakhimpur roaster boy নমস্কাৰ,
সকলোৱে মোৰ page তোক মৰম দিয়ে যে�

22/09/2025

Video টো যিমান পাৰে share কৰক 🙏😭


20/09/2025

এই কুকুৰটোক জাৱত জীৱন কাৰাদণ্ড দিব লাগে 🙏|| ওলাই আহিলে আমি কিন্তু যতে দেখো টতে পিতিম 😡

17 SEPTEMBER 2025 মোৰ জন্ম দিনটোত মই গম নোপোৱাকৈ মোৰ ভন্টিয়ে নিজে কেক এটা বনাই থৈ দিছিলে, ৰাতি মই ঘৰলৈ অহাৰ পিছত মোক বহু...
18/09/2025

17 SEPTEMBER 2025
মোৰ জন্ম দিনটোত মই গম নোপোৱাকৈ মোৰ ভন্টিয়ে নিজে কেক এটা বনাই থৈ দিছিলে, ৰাতি মই ঘৰলৈ অহাৰ পিছত মোক বহুত বহুত happy feel কৰাই দিলে লগতে আমাৰ ভতিজা - ভটিজি বোৰৰ কিমান যে ফুৰ্তি মোৰ বহুত বেছি ভাল লাগিলে শেষত এটা কথাই কও বহুত বহুত বেছি ধন্যবাদ ভন্টি 💖💖💖
আৰু মোৰ মৰমৰ কলিজা সকল তোমালোকেও মোক বহুত বহুত বেছি জন্ম দিনৰ শুভেচ্ছা জাছিলা সেইবাবে তোমালোকলৈও বহুত বেছি মৰম জাছিলোঁ 💖💖💖🙏

মৰমৰ কলিজা সকল আজি মোৰ জন্ম দিন সকলোৱে মৰম দিবা যাতে মোৰ দিন বোৰ ভালে জাই 💖✅
16/09/2025

মৰমৰ কলিজা সকল আজি মোৰ জন্ম দিন সকলোৱে মৰম দিবা যাতে মোৰ দিন বোৰ ভালে জাই 💖✅

15/09/2025

📌ভুলটো অকল মতা মানুহৰে থাকে নিকী?
📌 মাইকী মানুহবোৰক কিয় দেখুওৱা নহয়?






ভন্টি আৰু মই মৰমৰ বাইদেউৰ লগত ফটো খন সাঁচি ৰাখিলোঁ 🙏💖✅
14/09/2025

ভন্টি আৰু মই
মৰমৰ বাইদেউৰ লগত ফটো খন সাঁচি ৰাখিলোঁ 🙏💖✅

12/09/2025

জীৱনত প্ৰথম বাৰ দেখিলোঁ ল`ৰা মাক হবলৈ ওলোৱা 😆 || Assamese comedy video 😂

Video টো কেৱল মনোৰঞ্জনৰ বাবেহে বনুৱা হৈছে কোনেও যাতে গাত পাতি নলয় তাৰে কামনা কৰিলোঁ ধন্যবাদ 🙏







Good morning 🌄
11/09/2025

Good morning 🌄

10/09/2025

সপোন দেখিলে 🤪|| Assamese comedy video 😂

Video টো কেৱল মনোৰঞ্জনৰ বাবেহে বনুৱা হৈছে কোনেও যাতে গাত পাতি নলয় তাৰে কামনা কৰিলোঁ ধন্যবাদ 🙏





Video এটা বনাববলৈ যাওঁতে বন্ধুৱে ফটো খন কেনেকৈ মাৰি দিলে চোৱা 🤪
10/09/2025

Video এটা বনাববলৈ যাওঁতে বন্ধুৱে
ফটো খন কেনেকৈ মাৰি দিলে চোৱা 🤪

Address

North Lakhimpur
NORTHLAKHIMPURKAKOIRAJGORHNO2

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur roaster boy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur roaster boy:

Share