09/09/2026
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ভৈৰৱ দেউৰী ডাঙৰীয়াৰ পিতৃ শ্ৰদ্ধাৰ কেশৱানন্দ দেউৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো লগতে তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ।