Akolkhariya Official

Akolkhariya Official সুখ-দুখঃ ৰ কাহানিখনক শব্দৰে বুজোৱাৰ প?

🤭
12/10/2025

🤭

🙏
06/10/2025

🙏

27/09/2025

ন্যায় লাগে

19/09/2025

চৰকাৰলৈ এটা অনুৰোধ - জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এক বৃহৎ ৰূপত দিয়ক। প্রত্যেকজন জুবিন অনুৰাগীৰ হয়টো এয়াই শেষ আশা।
১০০ বছৰ মনত থাকিব লাগিব
Himanta Biswa Sarma

Rest in peace dada 🙏
19/09/2025

Rest in peace dada 🙏

14/09/2025
Support please 🥺
05/09/2025

Support please 🥺

✅
04/09/2025

10/06/2025
ভাল ফলাফল'লৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ দিবলৈ দেউতাকে ল'ৰাজনক এখন পুৰণা গেৰেজত লৈ গল।এখন পুৰণা গাড়ী দেখুৱাই দেউতাকে কলে-জৰ...
18/05/2025

ভাল ফলাফল'লৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ দিবলৈ দেউতাকে ল'ৰাজনক এখন পুৰণা গেৰেজত লৈ গল।
এখন পুৰণা গাড়ী দেখুৱাই দেউতাকে কলে-জৰাজীর্ণ এই গাড়ীখন মই বহু বছৰ আগতে কিনিছিলো। এতিয়া এইখনৰ বহুত বয়স হ'ল ।তোমাৰ এই আনন্দময় মূহুৰ্তত এইখন মই তোমাক উপহাৰ হিচাপে দিব বিচাৰো।তাৰ আগতে তুমি এইখন বিক্ৰি কৰাৰ বাবে এখন গাড়ীৰ শ্বোৰূমলৈ যোৱা আৰু সোধা সিহঁ‌তে এইখনৰ মূল্য কিমান দিয়ে।
ল'ৰাজনে গাড়ীৰ শ্বোৰূমৰ পৰা উভতি দেউতাৰ ওচৰলৈ আহি কলে-সিহঁ‌তে গাড়ী খনৰ মূল্য এহেজাৰ ডলাৰ দিব বুলি কৈছে কাৰন এইখন দেখাত খুবেই জৰাজীর্ণ।
দেউতাকে কলে-এতিয়া এইখনক এখন ভঙা-চিঙা ডেম্পলৈ লৈ যোৱা আৰু সুধা সিহঁ‌তে কিমান দিব বুলি কয়!
ভঙা-চিঙা ডেম্পৰ পৰা উভতি আহি কলে-এইখন বহুত পুৰণা গাড়ী বুলি ইয়াৰ মূল্য ১০০ দিব বুলি কয়।তাৰ পিছত দেউতাকে এখন গাড়ীৰ ক্লাৱত গৈ গাড়ীখন দেখুৱাবলৈ কয়।ফুৰ্টিৰে সৈতে ল'ৰাজনে গাড়ীৰ ক্লাৱৰ পৰা আহি আহি দেউতাক'ক কলে- ক্লাৱত কিছুমানে খুবেই কৌতূহল হৈ গাড়ীখন পৰ্য্যবেক্ষণ কৰিলে আৰু ইয়াৰ বাবে এক লাখ ডলাৰ অফাৰ কৰিছে।যিহেতু এইখন এখন Nissan Skyline R34, এখন আইকনিক গাড়ী।
তেতিয়া দেউতাকে ল'ৰাজনক কলে-সঠিক জেগাত সঠিক মানুহে তোমাক সঠিক ভাবেই মূল্যায়ন কৰিব। আৰু যদি কৰবাত তোমাক মূল্যায়ন কৰা নহয়,তেনেহলে খং নকৰিবা।বুজি লবা তুমি ভুল জেগাত আছা।সেই সকলেই তোমাৰ মূল্য দিব, যিসকলৰ নিজৰ মাজত মূল্যবোধ আছে, গুণ ও গুণীৰ মৰ্ম উপলব্ধি কৰাৰ দৰে যোগ্যতা আছে। এনে জেগাত কেতিয়াও নাথাকিবা যত তোমাক প্রকৃত মূল্যায়ন কৰাৰ যোগ্য মানুহৰ খুবেই অভাৱ।
বিঃদ্রঃ - এনেকুৱা পোেষ্ট আপোনাৰ টাইমলাইনত দেখি থাকিবলৈ Akolkhariya Official প্রফাইলটো ফ'ল' কৰি লওঁক
©️ Gautam Bardoloi

Address

North Lakhimpur
784164

Alerts

Be the first to know and let us send you an email when Akolkhariya Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Akolkhariya Official:

Share

Category