Lakhimpur Mirror লখিমপুৰ দাপোণ

Lakhimpur Mirror লখিমপুৰ দাপোণ Official Page of Facebook Group Lakhimpur Mirror.

লখিমপুৰবাসী তথা অসমবাসীৰ বাবে এটা ভাল খবৰ। পুনেস্থিত ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট অৱ ইণ্ডিয়া চমুকৈ FTII ৰ ছাউণ্ড জিজাই...
14/10/2025

লখিমপুৰবাসী তথা অসমবাসীৰ বাবে এটা ভাল খবৰ।

পুনেস্থিত ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট অৱ ইণ্ডিয়া চমুকৈ FTII ৰ ছাউণ্ড জিজাইনৰ ছাত্ৰ আমাৰ ভাইটি Subhrajit Baruah ই নিজৰ বিভাগত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা বাবে জাৰ্মেনীৰ ষ্টুটগাৰ্তত অৱস্থিত Filmakademie; Baden-Württemberg ত প্ৰায় এমহীয়া এক পাঠ্যক্ৰমত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে। এই খৱৰে সঁচাকৈয়ে আমাক সকলোকে গৌৰৱান্বিত কৰি তুলিছে।
ভাইটি লখিমপুৰৰ ব. বি. চা. সোৱঁৰণী শংকৰদেৱ শিশু/ বিদ্যা নিকেতন আৰু জিনিয়াচ একাডেমী,তথা বানাৰস হিন্দু বিশ্ব বিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

শুভ্ৰজিৎ বৰুৱা খেলমাটি নিবাসী পবিত্ৰ বৰুৱা আৰু ৰীনা বৰুৱাৰ কণিষ্ঠ পুত্ৰ।
Koushik Baruah

03/10/2025

Nakari Durga Puja Committee performs Mayabini during Visarjan.

02/10/2025

বিদায় মা

23/09/2025

লখিমপুৰ এটিম খেলপথাৰত ৫ হাজাৰৰ অধিক মাতি চাকি জ্বলাই অনুৰাগীয়ে লিখিলে জুবিন গাৰ্গ অমৰ হওক ।

Video Credit : Arun Dip Deka

22/09/2025

On September 23, 2025, we are hosting a tribute ceremony for Zubeen Da, in association with Lakhimpur Municipality Corporation . We invite everyone to be present at 6:30 pm in the evening.

We urge every creative to come and bring their expression with music and instruments.

By :

20/09/2025

মই মৰিলে ৭ দিন অসম বন্ধ হব।
The Legend Jubeen Da

20/09/2025

শ্ৰদ্ধাঞ্জলি জুবিন দা।

20/09/2025

শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিয়াৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনালে অনুৰাগীসকলে -

20/09/2025

আজি লখিমপুৰ বন্ধ।
জুবিন দা অমৰ হওঁক।
জয় জুবিন দা।

জয় জুবিন দা।জুবিন দা অমৰ হওঁক।
19/09/2025

জয় জুবিন দা।
জুবিন দা অমৰ হওঁক।

19/09/2025

জয় জুবিন দা

Address

D. K Road
North Lakhimpur

Alerts

Be the first to know and let us send you an email when Lakhimpur Mirror লখিমপুৰ দাপোণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur Mirror লখিমপুৰ দাপোণ:

Share