গুৱাহাটী TV Digital

গুৱাহাটী TV Digital Press Media

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ বক্তব্যঃকালি ভিক্তৰ দাস নামৰ ব্যক্তিজনৰ এন এচ এ আৰোপ কৰা  এটা গোচৰৰ শুনানীৰ ভি ডি ও ভা...
25/11/2025

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ বক্তব্যঃ

কালি ভিক্তৰ দাস নামৰ ব্যক্তিজনৰ এন এচ এ আৰোপ কৰা এটা গোচৰৰ শুনানীৰ ভি ডি ও ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷ সেই গোচৰৰ গুচৰীয়াৰ অধিবক্তা আছিলো মই ৷ সেয়েহে বিষয়টোৰ সন্দৰ্ভত মোৰ স্থিতি স্পষ্ট কৰিলো ৷
শুনানীৰ সময়ত মাননীয় ন্যায়াধীশ গৰাকীয়ে আগবঢ়োৱা বক্তব্য ন্যায়িক পৰম্পৰাৰ পৰিপন্থী ৷ গোচৰীয়াৰ ৰাজহুৱা আচৰণ সম্পৰ্কে তেখেতৰ অভিমত থাকিলেও গোচৰৰ শুনানীৰ সময়ত তেনে অভিমত ব্যক্ত কৰাটো অনুচিত ৷ দ্বিতীয়তে অভিযুক্তৰ চৰিত্ৰলৈ আঙুলিয়াই অধিবক্তাক তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে সমালোচনা কৰাটো ভুল ৷
এজন ব্যক্তি, মানুহৰ দৃষ্টিত তেওঁ লাগিলে যিমানেই বেয়া নহওক আদালতলৈ যোৱাৰ অধিকাৰ তেওঁৰ মৌলিক অধিকাৰ ৷ এজন অধিবক্তাই তেওঁক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ অধিকাৰ আৰু অধিবক্তা এজনৰো দায়িত্ব ৷ সেয়েহে অভিযুক্তক প্ৰতিনিধিত্ব কৰিবলৈ কোনো নাথাকিলে আদালতে অধিবক্তা নিয়োগ কৰে ৷ আজমল কাচাভকো প্ৰতিনিধিত্ব কৰিবলৈ অধিবক্তা নিয়োজিত কৰিছিল ৷ ভিক্তৰ দাস কাচাভতকৈও ভয়ংকৰ অপৰাধী নে ?
ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সংবিধানে দিয়া মৌলিক অধিকাৰবোৰৰ ভিতৰত সৰ্ব্বোচ্চ ৷ সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত এজন ব্যক্তিক আটক কৰিলে আটকৰ বিধান বোৰ হীনডেড়ী নোহোৱাকৈ মানি লোৱাটো জৰুৰী ৷ বিষয়টো ভিক্তৰ দাসৰ নহয় ৷ বিষয়টো আইন উলংঘাৰ ৷ আজি যদি ভিক্টৰ দাসৰ ক্ষেত্ৰত আইন উলংঘাক মানি লোৱা হয়, কালিলৈ আনৰ ক্ষেত্ৰতো একে হ’ব ৷ সেয়েহে ভিক্তৰ দাসেই নহয়, সকলো ব্যক্তিৰ হৈ থিয় দিয়াটো প্ৰতিজন অধিবক্তাৰ দায়িত্ব ৷ সেই দায়িত্ব সদায় পালন কৰি যাম ৷
🖋️👉শান্তনু বৰঠাকুৰ

কাৰ্গিল যুদ্ধৰ শ্বহীদ সেনা জোৱান জিন্টু গগৈৰ আজি জন্মদিন
21/11/2025

কাৰ্গিল যুদ্ধৰ শ্বহীদ সেনা জোৱান জিন্টু গগৈৰ আজি জন্মদিন

21/11/2025

২০১২ চনত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত অসমত পদাৰ্পন কৰিছিল সাংসদ আছাদ উদ্দিন ওৱেছি চাহাব ।           #
21/11/2025

২০১২ চনত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত অসমত পদাৰ্পন কৰিছিল সাংসদ আছাদ উদ্দিন ওৱেছি চাহাব ।

#

© ৰাজেন গোহাঁইক AJPৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব ।© AJPৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ঘোষণা সভাপতি লুৰীণজ্যোতি গগৈৰ ।
21/11/2025

© ৰাজেন গোহাঁইক AJPৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব ।
© AJPৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ঘোষণা সভাপতি লুৰীণজ্যোতি গগৈৰ ।

শিক্ষকে ছাত্ৰ ছাত্ৰীক লিখিব দিছিল "বাক্য ৰচনা" ছাত্ৰীয়ে এনেকৈ কৰিলে বাক্য ৰচনা। জুবিন দাৰ প্ৰতি কি পৰিমাণ মৰম আৰু ভালপো...
21/11/2025

শিক্ষকে ছাত্ৰ ছাত্ৰীক লিখিব দিছিল "বাক্য ৰচনা" ছাত্ৰীয়ে এনেকৈ কৰিলে বাক্য ৰচনা। জুবিন দাৰ প্ৰতি কি পৰিমাণ মৰম আৰু ভালপোৱা....এয়া তাৰেই নিদৰ্শন। জয় জুবিন দা ।

বিকাশ অসমৰ পত্নী মানসী দহোতীয়াৰ সামাজিক মাধ্যমত বিশেষ । ゚viralシviralシfypシ゚viralシalシ
21/11/2025

বিকাশ অসমৰ পত্নী মানসী দহোতীয়াৰ সামাজিক মাধ্যমত বিশেষ ।

゚viralシviralシfypシ゚viralシalシ

ভাৰতৰ মুছলমান মহিলা বিজ্ঞানী হ'ল। .
20/11/2025

ভাৰতৰ মুছলমান মহিলা বিজ্ঞানী হ'ল।
.

জাৰ্মানীৰ পৰা অসমত উপস্থিত দুগৰাকী পৰ্যটক ,জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখন কৰিলে উপভোগ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থি...
20/11/2025

জাৰ্মানীৰ পৰা অসমত উপস্থিত দুগৰাকী পৰ্যটক ,জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখন কৰিলে উপভোগ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই দুয়োজনে ।

গৰিমা আৰু জুবিন ।
20/11/2025

গৰিমা আৰু জুবিন ।

Address

LALUK College Gate
North Lakhimpur
784160

Alerts

Be the first to know and let us send you an email when গুৱাহাটী TV Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category