Mayabini Jonali

Mayabini Jonali Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mayabini Jonali, Digital creator, North Lakhimpur.

❣️জয় জুবিন দা❣️

"সহানুভূতি আৰু সহৃদয়তাৰ মাধ্যমেৰে আমি এজন আন জনৰ লগত ভালদৰে সংযোগ স্থাপন কৰিব পাৰো"। মানৱতাক জীয়াই ৰাখিবলৈ হলে, হৃদয়ত দয়া আৰু সহানুভূতির সঞ্চাৰ ঘটাটো অতি প্ৰয়োজনীয়"।

31/05/2026

আমৰ আচাৰ বনাবলৈ যোগাৰ কৰিছোঁ 🥭🥭🥭🥭

30/05/2026

এক সুন্দৰ সেউজীয়াৰ মাজৰ পৰা প্ৰভাতী সম্ভাষণ জনালোঁ 💚💚💚💚💚🌴🌴🌵🪴🍀☘️🍃🌱🌿🌲🌳🌳🌳🌳🥰🥰 এয়া হৈছে আমাৰ অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল । ভিডিঅটোত দেখা পোৱা পাহাৰটো🏔️🏔️🏔️🏔️। পাহাৰটোৰ কাষেৰেই বৈ গৈছে কাকৈ নদীখন 🏞️🏞️🏞️🏞️।🌊🏞️🏞️🏞️🏞️ নদীখনৰ পানীখিনি খুবেই পৰিস্কাৰ,নহʼবইনো 🏞️ কিয় । নদীখনৰ গৰ্ভ ডাঙৰ সৰু শিলেৰে পৰিপূৰ্ণ। নদীৰ মাজৰেই ওপৰলৈ উলাই থকা শিলত বহি কিবা খোৱা ফটো উঠা কামৰ বাবে ইমান মনোৰম ঠাই। আমাৰ ঘৰৰ পৰা দেখা পাহাৰটোৰ কথা কৈ কৈ মই একেবাৰে নদীৰ গুণ গোৱাত লাগিলো । পিছে সকলোকে কৈছোঁ দেই আহিব সকলো ।।।।।।।।

Good Afternoon to everyone ❤️🥰🌷   With my cousin sister💕💕😍🥰🌷
22/04/2026

Good Afternoon to everyone ❤️🥰🌷
With my cousin sister💕💕😍🥰🌷

18/03/2026

Good evening everyone ❤️❤️❤️❤️🥰🥰🥰😍😍😘🌷

14/03/2026

প্ৰতিভা দেখি ৰাখি থʼলো নিজৰ ৱালত♥️♥️♥️♥️💕💕💝🥰😘🌷

Good morning everyone ❤️🥰🌷
09/03/2026

Good morning everyone ❤️🥰🌷

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Mayabini Jonali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share