JibonRongin

JibonRongin পেজটো আগুৱাই নিবৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব💥ভাল লগা বোৰ দি যাম.. plz follow 💥

জুবিন দাৰ প্ৰতি কিমান মৰম ভাল পোৱা শ্ৰদ্ধা আছে দেখিছে 😭নিজৰ শাৰীৰিক অসুস্থতাকো নেউচি প্ৰতিবাদ কৰিবলৈ আহিছে ভাৱক হে মহান ...
15/10/2025

জুবিন দাৰ প্ৰতি কিমান মৰম ভাল পোৱা শ্ৰদ্ধা আছে দেখিছে 😭নিজৰ শাৰীৰিক অসুস্থতাকো নেউচি প্ৰতিবাদ কৰিবলৈ আহিছে ভাৱক হে মহান শিল্পী আপোনাক ন্যায় আমি দিম যুঁজি আছোঁ 🙏💔
ফটো কপিয়ে মনতো সেমেকা ই তুলিলে 😭

15/10/2025

জুবিন একুৰা জুই
জুইৰ লগত ৰাজনীতি কৰাসকল মৰিব

কি কৰিবলৈ গৈছিলে যদি সকলো কথা‌ ৰাজহুৱা কৰিব নোৱাৰে 😭 অসমৰ ৰাইজে জানিব বিচাৰিছোঁ কি দৰে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিলে...
14/10/2025

কি কৰিবলৈ গৈছিলে যদি সকলো কথা‌ ৰাজহুৱা কৰিব নোৱাৰে 😭 অসমৰ ৰাইজে জানিব বিচাৰিছোঁ কি দৰে জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিলে💔

14/10/2025

I got over 1,000 reactions on my posts last week! Thanks everyone for your support! 🎉

💥কোটি কোটি মানুহৰ ধাৰাষাৰ প্ৰতিবাদৰ পিচতো আমি জুবিন দাক ন্যায় দিব পৰা নাই কি কম আৰু 😭💥তোমাৰ মৃত্যু আমাৰ বাবে প্ৰশ্নবোধক...
12/10/2025

💥কোটি কোটি মানুহৰ ধাৰাষাৰ প্ৰতিবাদৰ পিচতো আমি জুবিন দাক ন্যায় দিব পৰা নাই কি কম আৰু 😭
💥তোমাৰ মৃত্যু আমাৰ বাবে প্ৰশ্নবোধক হৈ ৰল জুবিন দা 😢

12/10/2025

Hey, exciting news! I'm offering a flash sale for the next 5 people who subscribe to me. This is your chance to unlock access to a special badge and other benefits that I offer at a low price.

Subscribe here today: https://www.facebook.com/pablicfigu/subscribenow

পেজটো আগুৱাই নিবৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব💥ভাল লগা বোৰ দি যাম..
plz follow 💥

শেষ কৰিম বুলি লাগিছিল আৰু শেষ কৰিহে এৰিলে নৰপিশাচ কেইটাই 😡 জুবিন দাক😭
10/10/2025

শেষ কৰিম বুলি লাগিছিল আৰু শেষ কৰিহে এৰিলে নৰপিশাচ কেইটাই 😡 জুবিন দাক😭

আপোনাৰ মৃত্যুত হোৱা জনসমাগমে ৰেকৰ্ড কৰাৰ দৰে এইবাৰ আপোনাৰ এই চিনেমাখনেও বিশ্ব ৰেকৰ্ড কৰিব সেইটো খাটাং।শেষবাৰৰ বাবে আপোনা...
09/10/2025

আপোনাৰ মৃত্যুত হোৱা জনসমাগমে ৰেকৰ্ড কৰাৰ দৰে এইবাৰ আপোনাৰ এই চিনেমাখনেও বিশ্ব ৰেকৰ্ড কৰিব সেইটো খাটাং।শেষবাৰৰ বাবে আপোনাৰ শেষৰখন ছবি সকলোৱে মনৰ হেপাঁহেৰে যাব চাবলৈ😢😤


ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ জিলিকিল আমাৰ মৰমৰ জুবিন দা ❤️
09/10/2025

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ জিলিকিল আমাৰ মৰমৰ জুবিন দা ❤️

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when JibonRongin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JibonRongin:

Share