__rajdeep__gohain__official__

__rajdeep__gohain__official__ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from __rajdeep__gohain__official__, Video Creator, North Lakhimpur.

তোমাক
দেখিলেই
মৰহি যোৱা
মোৰ হিয়াত
আজিও
অনাকাংশিত
ধুমুহা আহে
ভালপোৱাৰ..........🥀🥀

03/06/2025
জন্মদিন হৈছে এক নতুন আৰম্ভণি।এয়া নতুন লক্ষ্য সৈতে নতুন পথেৰে আগবাঢ়ি যোৱাৰ সময়। আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি  যাবি।...
19/05/2025

জন্মদিন হৈছে এক নতুন আৰম্ভণি।এয়া নতুন লক্ষ্য সৈতে নতুন পথেৰে আগবাঢ়ি যোৱাৰ সময়। আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাবি।তই মোৰ জীৱনৰ অন্যতম এজন বিশেষ ব্যক্তি। মোক আজি মই এজন ব্যক্তি হিচাপে গঢ়ি তোলাত তোৰ ডাঙৰ ভূমিকা আছে। সঁচাকৈ আগৰ জনমত চাগে বহুত ভাল কাম কৰিছিলো সেই বাবেই চাগে তোৰ নিচিনা এজন ককাই মোৰ জীৱনত পালোঁ, যিয়ে নেকি মোৰ সুখ-দুখৰ সকলো সময়তে লগ দিয়ে, যিয়ে মোক সকলো সময়তে সাহস দিয়ে, যিয়ে মোক আজিলৈকে অভাৱ কি বস্তূটো অনুভৱ কৰিব দিয়া নাই‌, যি বিচাৰোঁ তাকেই দিয়ে, মোৰ কিমান ভাগ্য তোৰ নিচিনা এজন প্ৰৱিত্ৰ মনৰ ব্যক্তি মোৰ জীৱনত পাইছোঁ। তই মোৰ ককাইয়ে নহয়,তই মোৰ এজন ভাল বন্ধু যাক মই সকলো কথাই প্ৰকাশ কৰিব পাৰোঁ, তই মোৰ বাবে সদায় বিশেষ ♥️🫂। তই সদায় ভালে থাক , তোৰ প্ৰতি ঘৰখনৰ আশা অসীম, তই যে মোক খং ক'ৰ সেইবোৰ যেন সদায় বিশেষ মোৰ বাবে ♥️🥰।
মোৰ মৰমিয়াল যত্নশীল আৰু অদৃশ্য ব্যক্তিক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ সুন্দৰ বন্ধুত্ব আৰু মনোমোহা স্মৃতিবোৰ সদায় এনেকৈয়ে থাকক। ভগৱানে তোক আশীৰ্বাদ কৰক। ধন্যবাদ ককাই তই মোৰ সুখ-দুখৰ উৎস হোৱাৰ বাবে। তোৰ বাবে আজি দিনটো বিশেষ। তোৰ আজি এই দিনটো আনন্দ-হাঁহি আৰু আশীৰ্বাদেৰে ভৰি পৰক। তোৰ সপোনবোৰ পূৰণ হওঁক। তোৰ লগত মই সদায় আছোঁ এই পৃথিৱীলৈ যিমান দিনলৈ ভগৱানে পঠাইছে। তোৰ নিচিনা এজন ককাই পাবলৈ কপাল লাগিব, তোক লৈ মই সদায় গৰ্ব কৰোঁ। উপহাৰনো কি দিম ভাই 'ৰ' মৰমবোৰকেই উপহাৰ হিচাপে গ্ৰহণ কৰিবি। তোৰ এই জন্মদিন স্মৰণীয় হওঁক। সদায় আগবাঢ়ি যাবি তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জন্মদিনৰ বহুত বহুত শুভ কামনা জনালোঁ ককাইদেউ ♥️ 🫂। Love you 😘😘😘

"Love is like war: easy to begin but very hard to stop"
07/05/2025

"Love is like war: easy to begin but very hard to stop"

🌍❤️‍🩹🫀
15/04/2025

🌍❤️‍🩹🫀

শব্দৰ বলুকাত সপোন সামৰি এজাক মলয়াওৰে নিশা সাৰে আছে উদং বুকুৰ জোনাকমৌনতাৰ আঁচলত উৰিছে শিমলু তুলাঘনাই বাঢ়িছে ফাগুণীৰ উশা...
12/03/2025

শব্দৰ বলুকাত সপোন সামৰি এজাক মলয়া
ওৰে নিশা সাৰে আছে উদং বুকুৰ জোনাক
মৌনতাৰ আঁচলত উৰিছে শিমলু তুলা
ঘনাই বাঢ়িছে ফাগুণীৰ উশাহ।

❤️‍🩹
13/02/2025

❤️‍🩹

14/01/2022

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when __rajdeep__gohain__official__ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category