Tiluttama Borah

Tiluttama Borah Tiluttama Borah

Borah bindas
❤🌍
commercein
Lcc❤
b. com
😘

10/06/2025
জীৱনটো কিবা আধা লিখা,, কবিতাৰ নিছিনা হৈছে,, যাৰ আৰম্ভণি বহুত ভাল হ'ল,, কিন্তু শেষ ক'ত হ'ব ধৰিবই পৰা নাই।😑
09/06/2025

জীৱনটো কিবা আধা লিখা,, কবিতাৰ নিছিনা হৈছে,, যাৰ আৰম্ভণি বহুত ভাল হ'ল,, কিন্তু শেষ ক'ত হ'ব ধৰিবই পৰা নাই।😑

তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই 😟তোমাক ধৰি ৰখাৰো মোৰ অধিকাৰ নাই ,🥺মাথোঁ ভাল পাওঁ  মই তোমাক ...❤️কাৰণ ........ভাল পাবলৈ কৰ...
08/06/2025

তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই 😟
তোমাক ধৰি ৰখাৰো মোৰ অধিকাৰ নাই ,🥺
মাথোঁ ভাল পাওঁ মই তোমাক ...❤️
কাৰণ ........
ভাল পাবলৈ কৰোঁ অনুমতি প্ৰয়োজন নাই 😌❤️

ৰৈ থাকিলেই যে ৰৈ যোৱা নহয় , মানি ললেই যে কষ্টবোৰ শেষ নহয় ,সেইবোৰ বুজুতে সময় লাগে,আৰু সন্মুখীন হবলৈ সাহস।
03/06/2025

ৰৈ থাকিলেই যে ৰৈ যোৱা নহয় ,
মানি ললেই যে কষ্টবোৰ শেষ নহয় ,
সেইবোৰ বুজুতে সময় লাগে,
আৰু সন্মুখীন হবলৈ সাহস।

জোনাক নিশাৰ নিৰিবিলি পোহৰততোমাৰ কান্ধত মূৰ ৰাখি‌‌‌ হাতে হাত ধৰি জোনবাই চোৱাৰ অনুভৱেই    সুকীয়া নহয়নে 😊তাতে তোমাৰ হাতৰ ...
01/06/2025

জোনাক নিশাৰ নিৰিবিলি পোহৰত

তোমাৰ কান্ধত মূৰ ৰাখি‌‌‌ হাতে হাত ধৰি

জোনবাই চোৱাৰ অনুভৱেই

সুকীয়া নহয়নে 😊

তাতে তোমাৰ হাতৰ চেঁচা পৰশত

তোমাৰ চকুযোৰিৰ গভীৰতাত

ফুটি উঠে এক নিস্বাৰ্থ প্ৰেম ।

য'ত অৱহেলাৰ ৰাজত্ব হয়, তাত প্ৰেম অমূল্য 😞 ""তোমাৰ প্ৰতিটো কাহিনীত মোক ভুল বুলি ক'বা ,,, 🗣️ আৰু  মই মোৰ প্ৰতিটো কাহিনীৰ ...
29/05/2025

য'ত অৱহেলাৰ ৰাজত্ব হয়, তাত প্ৰেম অমূল্য 😞
""তোমাৰ প্ৰতিটো কাহিনীত মোক ভুল বুলি ক'বা ,,,
🗣️ আৰু মই মোৰ প্ৰতিটো কাহিনীৰ পৃষ্ঠাত ...
তোমাৰ ভালপোৱা লিখিম"" !!! ✍️

😔❤
27/05/2025

😔❤

Lakhimpur commerce college
25/05/2025

Lakhimpur commerce college

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Tiluttama Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share