Jonotar Kontho Axom

Jonotar Kontho Axom ৰাজ্যৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ, ৰাইজৰ পক্ষে,দুৰ্নীতিৰ বিপক্ষে....!!
(2)

16/10/2025

কাইলৈ অসমত আহিব লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু সেই বিষয়ে কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাওঁক সবিশেষ।

14/10/2025

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য‌ৰ লগতে ৰঙিয়াতো মঙলবাৰে আছুৰ প্ৰতিবাদ।

12/10/2025

👉জুবিন গাৰ্গৰ ন্যায় বিচাৰি সৰৱ লখিমপুৰৰ এজন মৌলানা।
👉মিঠাতেলৰ দাম কমাব নালাগে আমি অলপ দামতেই কিনি খাম।
👉টিৰ্পালৰ তলত থকা উচ্ছেদিত লোকৰ অভিশাপে চুব মুখ্যমন্ত্ৰীক👉

08/10/2025

গৰিমা গাৰ্গক ৰাজনীতিলৈ আহিবলৈ আহ্বান কৰা মইনুল হ’কে অৱশেষত ক্ষমা বিচাৰিলে ৷

07/10/2025

সাৱধান! কোটি-কোটি টকা লাভৰ আশাত ভোল নাযাব। অন্যথা ঠগ খাব আপুনি।

07/10/2025

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ সংবাদ মেল!

'এটা প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু, মোক উত্তৰ লাগে'। জুবিন বিহীন গৰিমাৰ প্ৰথমটো আৱেগভৰা পষ্ট।
06/10/2025

'এটা প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ
শূন্য বুকু, মোক উত্তৰ লাগে'। জুবিন বিহীন
গৰিমাৰ প্ৰথমটো আৱেগভৰা পষ্ট।

06/10/2025

'একাংশই সকলোৰে পত্নীৰ কথা কৈ আছে'
'মইতো কাৰো GIRLFRIENDৰ কথা কোৱা নাই'
'সকলোৰে কথা ক'বলৈ গ'লে মহাভাৰত হৈ যাব' ।

06/10/2025

জুবিন গাৰ্গৰ নশ্বৰ দেহৰ ওচৰলৈ গৈ কি কৰি আছিল অখিল গগৈয়ে? কি দেখুৱালে মুখ্যমন্ত্ৰীয়ে?

06/10/2025

ৰঙিয়াৰ বৰদলত লক্ষ্মী পূজাৰ উখল-মাখল পৰিবেশ । বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব ৰঙিয়া জনকল্যাণ সংঘ ও বৃহত্তৰ বৰদলবাসী ৰাইজৰ সহযোগত ৬দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে লক্ষ্মী পূজা।

Address

North Lakhimpur

Telephone

+919395077651

Website

Alerts

Be the first to know and let us send you an email when Jonotar Kontho Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jonotar Kontho Axom:

Share