D 7 News

D 7 News D7 NEWS Dgital Is Fully Dedicated Digital News Media From Northeast India.....
(318)

02/09/2026

বঙালমৰা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি গাঁওবুঢ়া চুবুৰীৰ পৰা ভাইটি চুবুৰীলৈকে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চৰকাৰী নলাটো পুনৰ মুকলি কৰি দিয়া হয়।

01/09/2026

নাওবৈছাৰ বালিটিকাত কৰুণ শোকাৱহ দুৰ্ঘটনা
বিদ্যুৎ তাৰত লাগি এজন যুৱকৰ কৰুণ মৃত্যু।
বিদ্যুৎস্পৃষ্ট হৈ থিতাতে প্ৰাণ গ’ল ৰফিকুল ইছলাম নামৰ এজন যুৱকৰ। বিদ্যুৎ পৰিবাহী তাৰত লাগি থকা এডাল বাঁহ আঁতৰাবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ অঘটন।

01/09/2026

নকল সোণৰ বিৰুদ্ধে বঙালমৰা আৰক্ষীৰ অভিযান । কেমেৰাত বন্দী বঙালমৰা আৰক্ষীৰ নিশাৰ অভিযানৰ সেই EXCLUSIVE দৃশ্য—চাওক কিদৰে উদ্ধাৰ কৰা হ’ল নকল সোণৰ নাও।”

01/09/2026

নকল সোণৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান বঙালমৰা আৰক্ষীৰ।
২ নং সোণাপুৰত নিশা অভিযান চলাই গ্ৰেপ্তাৰ নকল সোণ সৰবৰাহকাৰী ৰচীদুল ইছলামক।ধৃত ইছলামৰ পৰা উদ্ধাৰ এটা নকল সোণৰ নাও।

“All That Glitters Isn’t Gold!” গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ৰছিদুল হকৰ বাসগৃহত চলালে অভিযান।🔹...
01/09/2026

“All That Glitters Isn’t Gold!”
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ৰছিদুল হকৰ বাসগৃহত চলালে অভিযান।
🔹 অভিযানত উদ্ধাৰ সোণালী ৰঙৰ নাও সদৃশ সামগ্ৰী
🔹 সামগ্ৰীটো নকল সোণ বুলি সন্দেহ
🔹 ঘটনাৰ সৈতে জড়িত অভিযোগত ৰছিদুল হকক আটক
🔹 অধিক তদন্তৰ লগতে আইনী ব্যৱস্থা অব্যাহত

31/08/2026

ফতেহপুৰ যুৱ সমাজৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়া।

তিনিঠেঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ নতুন সভাপতি শ্বৰিফুল ইছলাম তিনিঠেঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালন...
31/08/2026

তিনিঠেঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ নতুন সভাপতি শ্বৰিফুল ইছলাম তিনিঠেঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল শ্বৰিফুল ইছলাম।

31/08/2026

নাওবৈচাৰ ফতেহপুৰ যুৱক সংঘৰ উদ্যোগত যুৱ সমাৰোহৰ সাংস্কৃতিক সন্ধিয়া ।নাওবৈচাৰ ফতেহপুৰ যুৱক সংঘই আয়োজন কৰা যুৱ সমাৰোহৰ নিশাৰ সাংস্কৃতিক সন্ধিয়াত উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা লখিমপুৰ লাইভৰ স্বত্বাধিকাৰী হাচিনুৰ আলম।হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত হাচিনুৰ আলমে ড্ৰাগছৰ ভয়ংকৰ পৰিণতি আৰু যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

31/08/2026

নাওবৈচাৰ ফতেহপুৰ যুৱক সংঘই আয়োজন কৰা যুৱ সমাৰোহৰ নিশাৰ সাংস্কৃতিক সন্ধিয়াত

30/08/2026

ফতেহপুৰ যুৱ সমাজৰ উদ্যোগত সাংস্কৃতিক সন্দিয়া

Address

North Lakhimpur

Telephone

+919859602282

Website

Alerts

Be the first to know and let us send you an email when D 7 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D 7 News:

Shortcuts

Share