18/10/2025
সচেতন যুৱ উন্নয়ন মঞ্চ, অসমৰ সভাপতি পৰমানন্দ গগৈক গ্ৰেপ্তাৰ।
বিহপুৰীয়া আৰক্ষীৰ এটা দলে নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে নেতা গৰাকীক।
ছচিয়েল মিডিয়াত দিয়া পোষ্টক লৈ নেতাজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।