Lakhimpur Digital.in

Lakhimpur Digital.in Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhimpur Digital.in, Media/News Company, North Lakhimpur.

03/03/2026
14/02/2026

মোৰ গাত কিয় এনেকৈ চুব ৷
আপোনাক প্ৰশ্ন এটা সুধিম বুলি ৰৈ আছিলো, কিয় বিজেপি বুলি ক'ব?' গৌৰৱ গগৈ যোৱাৰ সময়তে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত তীব্ৰ উত্তেজনা।

14/02/2026

লখিমপুৰ মেডিকেল কলেজ গৌৰৱ গগৈৰ পৰিদৰ্শন।
চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
চিকিৎসালয় চৌহদত কংগ্ৰেছ বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।
গৌৰৱ গগৈৰ সন্মুখতে এই ঘটনা সংঘটিত

13/02/2026

মিত্ৰতাক লৈ ৰাইজৰ দলৰ উপ-সভাপতি বেদান্ত লস্কৰৰ তীব্ৰ ক্ষোভ।

13/02/2026

লখিমপুৰৰ কেবি ৰোডত ভয়ংকৰ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।

12/02/2026

' খঙত অগ্নিশৰ্মা বিধায়ক তৰংগ গগৈ। ঘৰে-ঘৰে গৈ মিঞা বিচৰাৰ গৰ্জন।

12/02/2026

কিমান কষ্ট কৰি লৰাটোক পঢ়ুৱাইছিলো কিন্তু সকলো জ্বলি গ'ল।
একো উলিয়াব নোৱাৰিলো
সকলো শেষ হৈ গ'ল "
নকাৰী ২নং ৱাৰ্ডৰ ভটৌচুকত সংঘটিত অগ্নিকাণ্ডটোত কেইবাটাও পৰিয়ালৰ সকলো জ্বলি ভস্মীভূত হোৱাত হাহাকাৰ লাগিছে পৰিয়াল মাজত ।

12/02/2026

11/02/2026

লখিমপুৰৰ নাওবৈছাত দিন দুপৰতে চুৰি কাৰ্য্য

এটা মবাইল দোকানত সংগঠিত হৈছে এই ঘটনা।

11/02/2026

লখিমপুৰৰ নকাড়ীত হঠাৎ লাগিল হাহাকাৰ। গেছ চিলিণ্ডাৰৰ পৰা এনে ভয়ানক ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

11/02/2026

লখিমপুৰৰ বঙালমৰাত উপ্তত্ত পৰিস্থিতি
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ পুৱ ডিক্ৰং বঙালমৰা সমষ্টিত টিনপাত আৰু তিৰপাল বিতৰণত অনিয়মৰ অভিযোগ স্থানীয় মহিলাৰ

Address

North Lakhimpur
787054

Telephone

+918723028691

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur Digital.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur Digital.in:

Share