Lakhimpur Talks

Lakhimpur Talks Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lakhimpur Talks, Media/News Company, North Lakhimpur.

20/09/2023
17/09/2023

বিপদত বিধায়ক ভৰত নৰহ। চৰকাৰী মাটি দখল কৰি চাহ বাগান পাতিলে ভৰত নৰহে! পৰিয়াল আৰু সম্পৰ্কীয় লোকৰ নামত চৰকাৰী খাচ মাটি কিদৰে দখল কৰিছে ভৰত নৰহে, সেয়া তথ্য সহ ৰাজহুৱা কৰিলে বিধায়ক মানৱ ডেকাই।

16/09/2023

ড্ৰাগছ, মদ, বাল্য বিবাহৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান লোক। লখিমপুৰৰ বঙালমৰাৰ তিনঠেঙীয়াত সমদল।

14/09/2023

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ । সদনত গৃহীত হ’ল বিধেয়ক । নৰ্থ লখিমপুৰ মহাবিদ্যালয় চৌহদত ফটকা ফুটাই আনন্দ-উল্লাহ ছাত্ৰ-ছাত্ৰী , মহাবিদ্যালয় কতৃপক্ষৰ ।

13/09/2023

লখিমপুৰবাসী সাৱধান! হঠাৎ লখিমপুৰৰ ৰাজপথত আৱিৰ্ভাৱ হ'ল যমৰাজৰ। তাৰ পিছত কি হ'ল চাওঁক।

13/09/2023

লখিমপুৰৰ মাছৰ বজাৰত চাঞ্চল্য। মাছৰ দৰদামক লৈ বেপাৰী আৰু গ্ৰাহকৰ মাজত সংঘাত। মাছ বেপাৰীয়ে গ্ৰাহকক প্ৰহাৰ কৰি পলায়নৰ অভিযোগ। লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰৰ সমীপৰ দৈনিক মাছৰ বজাৰত এই ঘটনা।

12/09/2023

বিহাৰৰ পৰা ৩৬ দিনে চাইকেল চলাই অসমত উপস্থিত দুই ভাতৃ মহম্মদ ৰেহান ৰাজা আৰু কামাৰ জামা।

08/09/2023

আৰক্ষীক আক্ৰমণ কৰা কুখ্যাত ড্ৰাগছ মাফিয়া ছাদ্দাম হুছেইন ওৰফে বেলাইতৰ আত্মসমৰ্পণ । আৰক্ষীৰ হাতত কামুৰি পলায়ন কৰিছিল বেলাইত

08/09/2023

খেদি-খেদি ধৰিলে আৰক্ষীক আক্ৰমণ কৰা মহিলাক। আৰক্ষীৰ হাতত কামুৰি ড্ৰাগছ বেপাৰীক মোকলাই নিয়া ৰুমেনা বেগমক আটক। বঙালমৰা আৰক্ষী আৰু স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ত কৰে ৰুমেনা বেগমক। ৰুমেনা বেগম মূল অভিযুক্ত ছাদ্দাম হুছেইন ওৰফে বেলায়তৰ ভনী। এতিয়াও ছাদ্দাম হুছেইন আৰু পিতৃ আবুল খায়েৰে আত্মগোপন কৰি আছে।

07/09/2023

ৰাজ্যত গৰমৰ মাজতেই বতৰ সলাইছে ৰূপ। লখিমপুৰত আৰম্ভ হৈছে ধুমুহা।

04/09/2023

লখিমপুৰৰ কদম কছাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ' বাহনে খুন্দা মাৰে নাইট ছুপাৰত। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বলেৰ'খনৰ চালক আৰু হেণ্ডিমেন।

02/09/2023

'বাহিৰলৈ ওলাই আহা। তোমাক বডিগাৰ্ড দি থাকিবলৈ ইমানসোপা মানুহ অহা নাই।' লখিমপুৰৰ দোঁৱাপাৰ প্ৰাথমিক বিদ্যালয়ত এজাক মহিলাৰ ৰুদ্ৰমূৰ্তি ৰূপ। মহিলা সকলে জবাবদিহি কৰিলে প্ৰধান শিক্ষক বগামল দাসক।

Address

North Lakhimpur

Telephone

+918723028691

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur Talks:

Share