06/07/2023
চিলাপথাৰত মূল্য বৃদ্ধি বিৰুদ্ধে ছাত্র মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ।
তিনি গগৈ বুলি কথা নাই সমগ্ৰ অসমতে বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ছাত্ৰ নেতা ৰুদ্ৰ ভূঞাই।