07/09/2026
পশ্চিবংগত বৃদ্ধ-বৃদ্ধা, বিশেষভাৱে সক্ষম আৰু বিধৱা মহিলাৰ ভাট্টা ১০০০ টকাৰ পৰা বৃদ্ধি কৰি ১৫০০ টকা কৰা হ'ল।
অসমৰ আইমাতৃ বৃদ্ধ সকলে ৪০০ টকা বৃদ্ধ পেঞ্চন পাই আছে বাৰু।
কমেণ্ট যোগে জনাওঁক আপোনাৰ মতামত।