Nitya Das

Nitya Das Digital creators Medicine and Bussiness Consultation

17/07/2025
13/07/2025

বন্ধুসকল,বন্ধুবৰ্গ, 📜📚🔎🆓🤫

Pi Network বুজা বহুত প্ৰয়োজন। বুজি নোপোৱাকৈ আপুনি এইটো ব্যৱহাৰ কৰিব নোৱাৰে।
এইটো Web3 প্ৰযুক্তিৰ ওপৰত আধাৰিত এখন প্ৰজেক্ট। এইটো বুজি পোৱাটো প্ৰতিজন ব্যক্তিৰ বাবে জৰুৰী।
এইটো সকলোৰে বাবে নতুন। এতিয়ালৈকে ইয়াত কোনো বিশেষজ্ঞ নাই — নিজকে কিমানেই জ্ঞানী বুলি কিয় নকওক।
আমি সকলোয়ে শিকি আছোঁ।

যেতিয়ালৈকে তোমালোকে নিজে নিশিকিবা, পাই নেটৱৰ্কত জি.চি.ভি. আহিলেও তোমালোকে একো কৰিব নোৱাৰিবা। ৩১৪১৫৯ যিমান ডাঙৰ, সিমানেই ৰহস্যময়। শিকাৰ বাহিৰে একো নহ’ব। ভিডিঅ’ চোৱা, প’ষ্ট পঢ়া, তোমালোকৰ বন্ধুসকলকো শিকোৱা। কেৱল আশা ৰাখিলে একো নহ’ব। আজি বিনামূলীয়াকৈ শিকাৰ সুযোগ পাইছা, শিকি লোৱা। জি.চি.ভি. আহি পৰিলে কোনোৱে বিনামূলীয়াকৈ .......😂😂😂😂

Good morning Friends 🌄
22/06/2025

Good morning Friends 🌄

Address

North Lakhimpur
787001

Telephone

+919706208284

Website

Alerts

Be the first to know and let us send you an email when Nitya Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nitya Das:

Share