Vission Time

Vission Time আপোচ বিহীন যাত্ৰাৰ সৈতে আপোনাৰ কাষত

22/09/2026

@ কোন ফালে গতি কৰিছে নগাঁও লোক সভা সমষ্টিৰ উপ নিৰ্বাচন।
@ শাসক বিৰোধীৰ লগতে প্ৰতিটো দলেই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ।
@ অহা 6 অক্টোবৰত অনুষ্ঠিত হব নগাঁও লোক সভা সমষ্টিত উপ নিৰ্বাচন।
@ তাৰ সমান্তৰাল বাবে এটা কথা কবই লাগিব যে, চামগুৰি সমষ্টিত বিজেপি নেতা মজিবুৰ ৰহমানৰ ভূমিকা অতিকৈ গুৰুত্বপুৰ্ণ

#আকাশশইকীয়া











22/09/2026

92657 25712 / 8390878685
আপোনাৰ যিকোনো সমস্যাৰ বাবে আহক নগাওঁ জিলাৰ ৰূপহীৰ কাঞ্চনপুৰ বৰতলৰ ছলমান কবিৰাজৰ ওচৰত।
মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰত সমাধান দিব ছলমান কবিৰাজে

#আকাশশইকীয়া











22/09/2026

নগাঁওৰ উপ নিৰ্বাচনৰ পৰিস্থিতি
#আকাশশইকীয়া











22/09/2026

জুবিন দিৱসৰ দিনা ট্ৰেফিক আৰক্ষীৰ কাণ্ড

#আকাশশইকীয়া











20/09/2026

নগাঁওৰ পৰা মৰিগাঁওৰ মৈৰাবাৰী লৈ যোৱা বাছৰ হৰ্ণ,
কোনটো গীতৰ হয় কমেন্ত plz

#আকাশশইকীয়া











20/09/2026

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান: জুবিন স্মৰণ
উদ্যোগ: আঞ্চলিক যুৱ মঞ্চ, হবি বৰঙাবাৰী
#আকাশশইকীয়া











19/09/2026

পুৱতি নিশা জুবিন ক্ষেত্ৰৰ পৰিৱেশ

#আকাশশইকীয়া











17/09/2026

জুবিন ক্ষেত্ৰত জিকিৰ পৰিবেশন

#আকাশশইকীয়া











17/09/2026

চাইকেল দি ৰাওনা সোণাপুৰ জুবিন ক্ষেত্ৰত।
লখিমপুৰৰ নাওবৈচাৰ পানধোৱা গাঁৱৰ বাউল শিল্পী ছাইফুল ইছলাম।
অহা 19 ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰত উপস্থিত থাকিব এই ব্যক্তিজন

#আকাশশইকীয়া











16/09/2026

মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কোনোমতে ৰক্ষা বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমল হঠাৎ আৱদ্ধ হাজাৰ হাজাৰ সমৰ্থকৰ মাজত।







#আকাশশইকীয়া











Address

Lakhimpur
North Lakhimpur
787054

Website

Alerts

Be the first to know and let us send you an email when Vission Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share