TNEWS Assam

TNEWS Assam Breaking news, স্থানীয় আপডেট আৰু শেহতীয়া হেডলাইনৰ বাবে আমাৰ চেনেলটো follow কৰক।

19/08/2026

সকলোৱে পাহৰিলেই নেকি

লিখিবলৈ 😓😓😓😓

18/08/2026

পাহৰিলেই ছাগে সকলোৱে

লিখিবলৈ 😓😓😓

14/08/2026

Happy Independence day


Happy Independence day,
14/08/2026

Happy Independence day
,

05/08/2026

দিহানামেৰে লখিমপুৰৰ ৰাজপথত বানাক্ৰান্তৰ বাবে সাহাৰ্য্য সংগ্ৰহ কৰিছে এদল যুৱক-যুৱতীয়ে। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ-শ লোকে আগবঢ়ালে সহায়ৰ হাত।


04/08/2026

📍দিহানামেৰে লখিমপুৰৰ ৰাজপথত বানাক্ৰান্তৰ বাবে সাহাৰ্য্য সংগ্ৰহ কৰিছে এদল যুৱক-যুৱতীয়ে
📍তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ-শ লোকে আগবঢ়ালে সহায়ৰ হাত।

04/08/2026

📍দিহানামেৰে লখিমপুৰৰ ৰাজপথত বানাক্ৰান্তৰ বাবে সাহাৰ্য্য সংগ্ৰহ কৰিছে এদল যুৱক-যুৱতীয়ে।
📍তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ-শ লোকে আগবঢ়ালে সহায়ৰ হাত।


flood

25/07/2026

�শিমলুগুৰীত পানী শুকুৱা পিছত পথৰ অৱস্থা এইয়া!
�দৃশ্য দেখিলে অনুমান কৰিব পাৰিব ! কি এক ভয়ংকৰ বান আছিল

24/07/2026

দিখৌ নদীৰ পানী কম হোৱাৰ বাবে শিমলুগুৰি গৰমূৰ পথটো আজি সন্ধিয়ালৈ

17

মুকলি হোৱাৰ সম্ভাৱনা
flood

#বানপানী

24/07/2026

�হাঁহচৰা ন-পাম চেতিয়া গাওঁ জলমগ্ন। ঘৰ বাৰী বিস্তাৰ ক্ষতি সাধন।

�বিশুদ্ধ খোৱাপানী বাবে হাহাকাৰ কৰিবলগীয়া হৈছে
�থাকিবলৈ ঠাই নোহোৱা অৱস্থা।
TNEWS

#অসম
#বানপানী

Address

Assam, Lakhimpur
North Lakhimpur

Alerts

Be the first to know and let us send you an email when TNEWS Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share