DK News

DK News বিভিন্ন খবৰ আৰু ব্যৱসায়ৰ বাতৰি প্ৰচাৰৰ বাবে যোগাযোগ নম্বৰ-8135011026.

03/09/2026

@কবিতাৰ সন্ধিয়া:-
#কবিতাঃ-সপোন এটাৰ বুকুত আন এটা সপোনৰ অদৃশ্য এখন হাত ৷৷
#কবিঃ-দেৱজিত বৰা ৷৷ #পাঠঃ-সংগীতা বৰা ৷৷ #অভিনয়তঃপৰী ৰাজখোৱা ৷৷ #সংগীতঃ-লক্ষ্যজিত বৰুৱা #দৃশ্য গ্ৰহণঃ- ৰুবুল আহমেদ / দীপজ্যোতি বৰা ৷৷
#দৃশ্য,শ্ৰাব্য আৰু প্ৰচ্ছদ শিল্পীঃ-পাৰ্থ জিৎ হীৰা

03/09/2026
02/09/2026

আজি হাৰ্হি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
সভাত এগৰাকী নৱাগত ছাত্ৰীৰ দশাৱতাৰ নৃত্য পৰিৱেশন।

02/09/2026

আজি হাৰ্হি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা 'স্ৰোতস্বিনী' আৰু আলোচনী 'হাৰ্হিয়ান'উন্মোচন কৰে নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গীতাঞ্জলি বৰুৱাই।

 #উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ ভাৰতীয় জনতা পাৰ্টি,ঢকুৱাখনা জিলা সমিতিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকল আৰু ঢকুৱাখনা...
01/09/2026

#উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ ভাৰতীয় জনতা পাৰ্টি,ঢকুৱাখনা জিলা সমিতিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকল আৰু ঢকুৱাখনা সমষ্টিৰ শুভাকাংক্ষী ৰাইজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁ‌জিলৈ আগবঢ়োৱা হয় দহ লাখ টকা।

31/08/2026

#ধেনুখনাত প্ৰধান শিক্ষয়িত্ৰী লীনা বৰুৱাৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন l
#আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিদায়ী শিক্ষয়িত্ৰীগৰাকীৰ দ্বাৰা ৰচিত "সোণালী সময়ৰ ৰোমন্থন" শীৰ্ষক স্মৃতি গ্ৰন্থখনিৰ উন্মোচন।

31/08/2026

#অসম জনগোষ্ঠীয় সমন্বয় সন্মিলন-২০২৬ ৰ সফল সামৰণি।
#অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা হৈছিল অনুষ্ঠানটো।
#অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি সকলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

29/08/2026

#লিডুত আজিৰে পৰা অসম জনগোষ্ঠীয় সমন্বয় সন্মিলন আৰম্ভ।
#অসম সাহিত্য সভাৰ উদ্যোগত আয়োজন এই কেন্দ্ৰীয় কাৰ্যসূচী।
#অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।

27/08/2026

BRAKING:-
#ঢকুৱাখনাৰ বামুণ গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
#বোৱাৰীগৰাকীৰ নাম চাৰুমণি কোঁছ(৩৪)বুলি জানিব পৰা গৈছে।
#চাৰুমণিয়ে বেংকমিত্ৰৰূপে কাম কৰি আছিল ঢকুৱাখনা ব্লক NRLM'ৰ অধীনত।
#ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাত কৰ্তব্যৰত আছিল চাৰুমণি।
#তেওঁ আছিল ঢকুৱাখনা থানাৰ বামুণগাঁৱৰ পৰাগ দত্তৰ পত্নী।
#ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

 #নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মনোৰঞ্জন দত্ত যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬'লৈ মনোনীত। #"কৃষ্ণ পদাৰ্থ" বিষয়ক গৱ...
25/08/2026

#নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মনোৰঞ্জন দত্ত যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬'লৈ মনোনীত।
#"কৃষ্ণ পদাৰ্থ" বিষয়ক গৱেষণা পত্ৰৰ বাবে "যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬"ৰ চূড়ান্ত পৰ্যায়ৰ বাবে নিৰ্বাচিত হৈছে ঢকুৱাখনাৰ সন্তান ড° মনোৰঞ্জন।

Address

Dhakuakhana
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when DK News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share