01/06/2025
সঁচাকৈ মৃত্যু এনেকৈ আহেনে😰ভৱানীপুৰ কলেজৰ সন্মুখত এগৰাকী যুৱতীৰ জীৱন দুৰ্ঘটনাত নিমিষতে শেষ হোৱা ভিডিঅটো দেখাৰ পিছত বুকুখন কপি গৈছে, আদালতৰ পৰা তাই ঘৰলৈ যোৱাই নহ'ল।অসমৰে ঘটনা তেওঁ বিয়াৰ ৭ বছৰৰ পিছত সন্তান ৰ আশা দেখিছিল । তিনি মাহ গৰ্ভ*ৱতী আছিল । মানে দুটা জীৱ।এইদৰে শেষ হৈ গ’ল দুটা জীৱন ৷😰
Be carefull 🙏🙏🙏