LAKHIMPUR GRAM TV

LAKHIMPUR GRAM TV বাতৰিক সম্পূৰ্ণ ৰূপে পক্ষপাতিত্ব বিহিন বাবে আপোনালোকৰ মাজলৈ অনা আমাৰ লক্ষ্য। খবৰক ''কেৱল খবৰ'' হিচাপে আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰতিজ্ঞাবদ্ব আমি.....!

WhatsApp Number 99578 74036

12/07/2025

উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত আমছুৰ তীব্ৰ প্ৰতিবাদ! আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰক বাধা আৰক্ষীৰ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত উত্তপ্ত পৰিস্থিতি...

11/07/2025

G-Pay Number - 6003172867

11/07/2025

ল'ৰা-ছোৱালীৰ পঢ়া-শুনা নাই। চব বৰ্বাদ! আমি বজাৰত তম্বু তৰি কুকুৰৰ লগত শুই আছো।' লখিমপুৰত উচ্ছেদিত পৰিয়ালৰ তীব্ৰ ক্ষোভ। পুনঃসংস্থাপন বিচাৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা।

09/07/2025
09/07/2025

মোস্তাফা কামাল আজহাৰীৰ সৈতে তালে তাল মিলাই জিকিৰ কৰি আছে সনাতনী ধৰ্মৰ লোক সকলে।
সনাতনী ধৰ্ম গুৰুৰ সৈতে একেলগে ৰূহানী ছুফী জিকিৰ মহৰম উপলক্ষে।
ইমাম হুচেইনক হত্যা কৰা বোৰে এই জিকিৰ নকৰে আৰু এই জিকিৰৰ বিৰোধিতা কৰে।
ছুফী মহাপুৰুষ সকলে এই জিকিৰ কৰিছিল।মোস্তাফা কামাল আজহাৰী।

ক'ব পাৰিব নেকি কোন টো জেগাত।
26/06/2025

ক'ব পাৰিব নেকি কোন টো জেগাত।

21/06/2025

একালৰ অগপ নেত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লখিমপুৰৰ লালুকৰ ৩ নং ধৰ্মপুৰৰ তৈয়বুল হুছেইনৰ জানাজাৰ নামাজ সম্পূৰ্ণ।

21/06/2025

31 তাৰিখে অনুষ্ঠিত হব কাৰ্বিআংলংৰ বৃহৎ উপহাৰ কুপনৰ খেল ৷

ইন্না লিল্লাহী ওৱা ইন্না ইলাইহি ৰাজিউন, আজি ৰাতিপুৱা ৯:৫৫ বজাত গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ত ৩নং ধৰ্মৰপুৰ নিবাসী তয়বুল...
21/06/2025

ইন্না লিল্লাহী ওৱা ইন্না ইলাইহি ৰাজিউন, আজি ৰাতিপুৱা ৯:৫৫ বজাত গুৱাহাটী ব্যক্তিগত চিকিৎসালয়ত ৩নং ধৰ্মৰপুৰ নিবাসী তয়বুল মাষ্টাৰ ছাৰ এন্তেকাল কৰে।

20/06/2025

মিনাৰেল ৱাটাৰৰ নামত কি খাইছে আপুনি ?

মৈৰাবাৰীত মিনাৰেল ৱাটাৰৰ বটলৰ ভিতৰত মহৰ গুণগুননি ।

19/06/2025

লখিমপুৰৰ শ্ৰী শ্ৰী পদুমণি আই থানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে সেৱা ললে

Address

North Lakhimpur

Telephone

+919127859486

Website

Alerts

Be the first to know and let us send you an email when LAKHIMPUR GRAM TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LAKHIMPUR GRAM TV:

Share