Public Court

Public Court Various news, political context, current affairs and entertainment pages. Stay connected with us for various news in the state.

17/10/2025

♦️লখিমপুৰ স্বাস্থ্য বিভাগৰ উদ্যোগত

♦️মাধৱদেৱ বিশ্ববিদ্যালয়ত বিহপুৰীয়া সমষ্টি ভিত্তিত মেগা হেল্থ কেম্প সম্পন্ন

♦️তিনি সহস্রাধিক ৰোগীলৈ বিনামূলীয়া চিকিৎসা প্ৰদান

14/10/2025

♦️অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ
♦️১৪ অক্টোবৰঃ ৰাজ্যৰ ৰাজনীতিত আত্ম প্ৰকাশ কৰি সুদীৰ্ঘ ৪১ বছৰ অতিক্ৰম কৰা অসম গণ পৰিষদৰ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসভাগ আজি আড়ম্বৰপূৰ্ণভাৱে বঙালমৰাত অনুষ্ঠিত হয়।
♦️ বঙালমৰা পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰে।

♦️আধুনিক অসমীয়া সাহিত্যৰ অন্যতম মাৰ্গপ্ৰদৰ্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছোঁ...
14/10/2025

♦️আধুনিক অসমীয়া সাহিত্যৰ অন্যতম মাৰ্গপ্ৰদৰ্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মবাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছোঁ।

11/10/2025

👉মানৱতাৰ ধৰ্ম পালন কৰি নাৰায়ণ ভূঞাই..
ষ্টোক ৰুগীক নি উন্নত চিকিৎসাৰে সুস্থ কৰি উভটাই থলেহি ঘৰত।

নাৰায়নপুৰ-বিহপুৰীয়া অঞ্চলত জুবিন গাৰ্গৰ স্মৃতিক্ষেত্র নিৰ্মাণৰ সিদ্ধান্ত।স্মৃতি ক্ষেত্ৰত থাকিব জুবিন গাৰ্গৰ  পূৰ্ণাংগ প্...
09/10/2025

নাৰায়নপুৰ-বিহপুৰীয়া অঞ্চলত জুবিন গাৰ্গৰ স্মৃতিক্ষেত্র নিৰ্মাণৰ সিদ্ধান্ত।

স্মৃতি ক্ষেত্ৰত থাকিব জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি, প্ৰেক্ষাগৃহ, পুথিভঁৰাল ..

বিশিষ্ট সমাজকৰ্মী ৰাম ভূঞাই গ্ৰহণ কৰিছে স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা

05/10/2025

বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰাইজমানি চূড়ান্ত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে উপভোগ কৰিলে ফুটবল খেল।

2026ৰ নিৰ্বাচনক লৈ কি ক'লে শুনো আহক দেৱব্ৰত শইকীয়াই

29/09/2025
পৃথিৱীৰ মহান শিল্পী দুজন একেলগে.....
29/09/2025

পৃথিৱীৰ মহান শিল্পী দুজন একেলগে.....

20/09/2025

জুবিন গাৰ্গৰ শেষৰটো Video। লগত থকা অসমৰ কেইজনে তেওঁৰ বেমাৰটোৰ কথাটো জনাৰ পিছতো কিয় পানীত নামিব দিছিল ? যিহেতু পানী আৰু জুই অতি বিপদজনক বেমাৰটোৰ কাৰণে । পানীত নামৰ পিছত কিয় কোনোবা এজন তেওঁৰ লগত লাগি থকা নাছিল?

জুবিন গাৰ্গ ব্ৰহ্মপুত্ৰৰ জোৱাৰত পালতোলা এটি কণ্ঠ, অসমৰ পৰা সপোন কঢ়িয়াই লৈ ফুৰি, দূৰ-দূৰণিৰ। ফুচফুচাই কোৱাৰ দৰে টোকা, উ...
20/09/2025

জুবিন গাৰ্গ

ব্ৰহ্মপুত্ৰৰ জোৱাৰত পালতোলা এটি কণ্ঠ,
অসমৰ পৰা সপোন কঢ়িয়াই লৈ ফুৰি, দূৰ-দূৰণিৰ।
ফুচফুচাই কোৱাৰ দৰে টোকা, উগ্ৰ অথচ দয়ালু,
ভূমি আৰু মনৰ হৃদস্পন্দন প্ৰতিধ্বনি ।

তেওঁ প্ৰেমৰ, দুখৰ, বৰষুণৰ গীত গায়,
বান্ধি ৰখা শিপাৰ, স্বাধীনতাৰ বিৰতিৰ।
প্ৰতিটো গীত এখনি দলং, আত্মাৰ পৰা আত্মালৈ,
সংগীতৰ এখন নদী যিয়ে আমাক সম্পূৰ্ণ কৰি তোলে।

অভিনেতা, সুৰকাৰ, হৃদয়ত কবি,
এখনি কেনভাছ, তেওঁৰ শিল্পী জীৱন।
বিহুৰ ঢোলৰ পৰা চিনেমাৰ মঞ্চলৈকে,
তেওঁ প্ৰতিটো যুগৰ আত্মাক কৰে কলম ।

জুবিন অস্থিৰ, নিৰ্ভীক, মুক্ত,
প্ৰাচীন গছৰ দৰে চিৰন্তন এক কণ্ঠ।
তেওঁৰ যোগেদি উত্তৰ-পূৱে চিৰদিনৰ বাবে গাব,
চিৰ প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ দৰে তেওঁৰ সুৰীয়া সুৰ ।

বিদায় জুবিন, কেৱল মাত্ৰ এটা অকৃতিৰহে
সাগৰৰ ঢৌৰ দৰে বতাহত ভাঁহিব তেওঁৰ কণ্ঠ ।

Address

North Lakhimpur
781001

Website

Alerts

Be the first to know and let us send you an email when Public Court posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Public Court:

Share