
19/06/2024
আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ এটা সজাতি দলে লখিমপুৰ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ প্ৰদান বৰুৱা দেৱৰ নিমন্ত্ৰণ ৰক্ষা কৰি ধেমাজি জিলা অন্তৰ্গত চিলাপথাৰ স্থিত নোভা প্লেচত ধেমাজি জিলা সমিতিৰ হৈতে এক আমাৰ সম্পদায়ৰ মানুহে ভুগি অহা আধাৰ কাৰ্ডৰ সমস্যা ও সমাধানৰ বিষয়ে এক দীঘলীয়া আলোচনা কৰা হয়। উক্ত আলোচনাত জিলা সমিতিৰ লগতে আমাৰ লগত উপস্থিত থাকে জিলা সমিতিৰ সভাপতি যুৱৰাজ কটোৱাল , জিলা সদস্য দীপক চেত্ৰী, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক লখিৰাম শৰ্মা লগতে ধেমাজি জিলা গোর্খা ছাত্ৰ সন্থাৰ নেতত্ববৰ্গ । উক্ত আলোচনাত গোর্খা সন্মিলন লখিমপুৰ জিলা সমিতিৰ নেতত্ববৰ্গ উপস্থিত থাকে। আশা কৰোঁ অতি সোনকালে আমাৰ সম্পদায়ৰ মানুহে ভুগি অহা আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিব পাৰিম বুলি।