Mising LUTAD News

Mising LUTAD News Musing LUTAD for rengam, rising voice for msing tani.

For any promotional or advertising collaboration contact us: [email protected]
WhatsApp:-8876456970
OUR YOUTUBE LINK: https://youtube.com/?si=mMg4ojL4Noi0L0hp

15/07/2025

मिषिंग समाज में आक्रोश, अरुणाचल में असम के युवक की गोली मारकर हत्या
हत्या के बाद अरुणाचली युवक ने किया आत्मसमर्पण, न्याय की मांग को लेकर मिषिंग समाज ने किया विरोध प्रदर्शन।
Outrage in Mising Community After Assam Youth Shot Dead in Arunachal.
Arunachali youth surrenders after the murder; Mising community stages protest demanding justice.

15/07/2025

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে নিজৰ এক বিবৃতিত দুয়োপক্ষক শান্তি ৰক্ষা কৰাৰ আৰু আইনী প্ৰক্ৰিয়াটো সঠিকভাৱে আগবাঢ়ি যাবলৈ সহযোগিতা কৰাৰ আহ্বান জনাইছে। আৰক্ষীয়ে আশ্বাস দিছে যে, ন্যায় সোনকালে আৰু ন্যায়সঙ্গতভাৱে নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
अरुणाचल प्रदेश पुलिस ने अपने बयान में दोनों पक्षों से शांति बनाए रखने और कानूनी प्रक्रिया को सुचारु रूप से चलने देने की अपील की है। पुलिस ने आश्वासन दिया है कि न्याय जल्द और निष्पक्ष रूप से दिलाने के लिए सभी आवश्यक प्रयास किए जा रहे हैं।

15/07/2025

গহপুৰ হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ত ভূমি বেদখল সম্পৰ্কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। TMPK,MMK আৰু TMMK ৰ শোনিতপুৰ জিলা সমিতিৰ উদ্যােগত বিভিন্ন মিচিং দল সংগঠনৰ সহযোগত বালিগাৱঁৰ নিবাসী বাপুতি পায়েঙৰ পৰিয়ালৰ ম্যাদি ভূমি বেদখল মুক্ত কৰাৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ।

গহপুৰ হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ত ভূমি বেদখল সম্পৰ্কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
15/07/2025

গহপুৰ হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ত ভূমি বেদখল সম্পৰ্কত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

15/07/2025
14/07/2025

লখিমপুৰ জিলাৰ ভীমপৰাৰ বৈকুণ্ঠপুৰৰ আৰু ধেমাজি জিলাৰ নাহবাৰীৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিঙিৰি গাঁৱৰ মাজত চলি আহিছে দীৰ্ঘ দিনৰ পৰা ভূমি বিবাদ।
বৰ্তমান বৃহত্তৰ গোগামুখৰ টিঙিৰি গাঁৱৰ ৰাইজে ন্যায় বিচাৰি গোগামুখ আৰক্ষী থানাত গোচৰ তৰিছে।

14/07/2025

@লখিমপুৰ জিলাৰ ভীমপৰা গাঁও পঞ্চায়তৰ বৈকুণ্ঠপুৰত আজি ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়।
@এটা বৃহৎ দুৰ্বৃত্তৰ দলে খেতি পথাৰ বোকা দি ঘৰলৈ পুৰুষ সকল অহাৰ পিছত ভূই ৰুই থকা মহিলা সকলক দুৰ্বৃত্ত সকলে হাতত লৈ অহা চোকা অস্ত্ৰ, ধনু কাঁড় আদিৰে ভূমিখিনি দখল কৰাৰ উদ্দেশ্যৰে ভয় ভাবুকি দি খেদি দিয়াৰ অভিযোগ।

06/07/2025

প্ৰাক্তন DSP কে আৰ মিলিয়ে এমএচিৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব।

03/07/2025

📌ঢকুৱাখনা ঘিলামৰাৰ গাদাঙৰচুকত পৰকীয়া প্ৰেমিক যুগলক আটক কৰিবলৈ যোৱা ঘিলামৰা আৰক্ষীক আক্ৰমণ একাংশ উন্মত্ত লোকৰ।
📌ৰাইজৰ দ্বাৰা প্ৰহিত হৈও অভিযুক্তক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় আৰক্ষী ।
📌গুৰুত্বভাৱে আহত ২ গৰাকী আৰক্ষী কনিষ্টবল আৰু জোৱান
📌ঘটনাটোৰ সন্দৰ্ভত ঘিলামৰা থানাৰ অচি গকুল গগৈয়ে নিজা ববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

03/07/2025

📌গোগামুখ নামনি পমুৱা মিচিং গাঁৱৰ ৰাইজে সমূহীয়া ভাৱে ঐনিতম গাই গাই ভূঁই ৰোৱাৰ দৃশ্যই জিপাল কৰিছে কৃষকৰ পথাৰ।
📌নামনি পমুৱা গাঁৱৰ ৰাইজৰ ৰাজহুৱা শ্ৰমদান লাভ কৰিবলৈ তলত উল্লেখিত মবাইল নম্বৰবোৰত ভূঁই ৰোৱাৱলৈ নিমন্ত্ৰণ জনাবলৈ আহ্বান জনাইছে গোগামুখ নামনি পমুৱা গাঁৱৰ ৰাইজে ।

8638097782,6001971869,6000086822

28/06/2025

লখিমপুৰ জিলাৰ জেংৰাই শিঙিমাৰী গাঁৱৰ ১৮ বছৰীয়া যুৱক মনোৰঞ্জন পেগু ব্ৰেইন টিউমাৰত আক্ৰান্ত। তেওঁ চেন্নাইৰ এপলো কেনচাৰ হস্পিতেলত বৰ্তমান চিকিৎসাধীন হৈ আছে। উন্নত চিকিৎসাৰ বাবে মিচিং জনগোষ্ঠীৰ উদীয়মান অভিনেত্ৰী আইমনি কমানে ৰাইজৰ পৰা সহায় বিচাৰিছে। সদাশয় ৰাইজৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া মনোৰঞ্জন পেগুৰ পৰিয়ালে।
A/C No-30555586408
IFSC-SBIN0000145
Bank Name -SBI
Holder-Jitananda Pegu
mobile Number-7637816526

27/06/2025

গোগামুখ পশু চিকিৎসা কেন্দ্ৰৰ শক্তিশালী পদক্ষেপ।প্ৰায় পঞ্চাশ গৰাকী ছাত্র-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান বিশিষ্ট পশু চিকিৎসক বিষয়া ডা:অনিল কুমাৰ পেগুৰ।লখিমপুৰ-ধেমাজিৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে উক্ত কৰ্মশালাত।

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Mising LUTAD News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mising LUTAD News:

Share