Royal K Cultural

Royal K Cultural Cultural Programme, Traditonal, Entertainment

লখিমপুৰৰ বঙালমৰাত  নকল সোণ উদ্ধাৰ কৰিলে  আৰক্ষীয়ে ৷
21/08/2025

লখিমপুৰৰ বঙালমৰাত নকল সোণ উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷

20/08/2025

19/08/2025
16/08/2025

16/08/2025

15/08/2025

ae mere watan

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা ২০২৫
15/08/2025

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা ২০২৫

বিহপুৰীয়া বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন ছাত্ৰ নেতা জৰাবাৰী ১ ন...
14/08/2025

বিহপুৰীয়া বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন ছাত্ৰ নেতা জৰাবাৰী ১ নং শিঙিয়া নিৱাসী কোষেশ্বৰ শইকীয়াদেৱৰ আকস্মিক বিয়োগৰ ঘটে । তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ
৷৷ ঔম শান্তি ৷৷

২০১৩ চনৰ ১৪ আগষ্টৰ আজিৰ দিনটোতে আমি হেৰুৱাইছিলো ভাৰতীয় নৌ-সেনাৰ বীৰ জোৱান অসমী আইৰ সু-সন্তান লখিমপুৰ জিলাৰ আমাৰ বিহপুৰীয়...
14/08/2025

২০১৩ চনৰ ১৪ আগষ্টৰ আজিৰ দিনটোতে আমি হেৰুৱাইছিলো ভাৰতীয় নৌ-সেনাৰ বীৰ জোৱান অসমী আইৰ সু-সন্তান লখিমপুৰ জিলাৰ আমাৰ বিহপুৰীয়াৰ নৰোত্তম দেউৰীক। বীৰ শ্বহীদ নৰোত্তম দেউৰীৰ স্মৃতি দিৱসত তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।

13/08/2025

দিহানাম

Address

North Lakhimpur
784164

Telephone

+919864760529

Website

Alerts

Be the first to know and let us send you an email when Royal K Cultural posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Royal K Cultural:

Share