Today Bihpuria

Today Bihpuria যিকোনো বিজ্ঞাপন আৰু বাতৰিৰ প্ৰচাৰ বাবে আমাক যোগাযোগ কৰক।
যোগাযোগ নাম্বাৰ - +91 9706599452

09/09/2026

📌আমি মানুহ নামটো ক'ৰ পৰা পালোঁ
📌বাখ্যা কাৰ নগেন্দ্ৰ নাথ বৰুৱাই কি ক'লে!

08/09/2026

অগপৰ বিহপুৰীয়া সমষ্টি সমিতিৰ সাংগঠনিক সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

তাইকটো কাটিলোজেলৰ পৰা ওলালে চুগাৰ ডেডীকো কাটিম'পত্নীৰ পাছত ৰামানুজৰ টার্গেট চুগাৰ ডেডীকোন এই 'চুগাৰ ডেডী'
08/09/2026

তাইকটো কাটিলো
জেলৰ পৰা ওলালে চুগাৰ ডেডীকো কাটিম'
পত্নীৰ পাছত ৰামানুজৰ টার্গেট চুগাৰ ডেডী
কোন এই 'চুগাৰ ডেডী'

08/09/2026

📌অগপৰ বিহপুৰীয়া সমষ্টি সমিতিৰ উদ্যোগত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভৱনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শত বাৰ্ষিকী উদযাপন

08/09/2026

📌৪০৯ নং আউনীবৰী মজলীয়া বিদ্যালয়ৰ
📌অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক লক্ষীকান্ত বশিষ্ঠদেৱৰ
বিদায় সম্বর্ধনা সভা
📌স্থানঃ বিজয়া নাট্য সমাজ, চামগুৰি

08/09/2026

📌আঢ়ৈ বছৰীয়া কেঁচুৱা এৰি আহিছে তাই!' পতি-পুত্ৰক এৰি পলায়ণ কৰা লখিমপুৰৰ এগৰাকী মহিলাক নগাঁৱৰ হয়বৰগাঁৱত খেদি-খেদি ধৰিলে জাগৃত নাৰী শক্তিৰ সদস্যাই।

৪০৯ নং আউনীবৰী মজলীয়া বিদ্যালয়ৰঅৱসৰপ্ৰাপ্ত প্রধান শিক্ষক লক্ষীকান্ত বশিষ্ঠদেৱৰবিদায় সম্বর্ধনা সভাস্থানঃ বিজয়া নাট্য সমাজ...
08/09/2026

৪০৯ নং আউনীবৰী মজলীয়া বিদ্যালয়ৰ

অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক লক্ষীকান্ত বশিষ্ঠদেৱৰ
বিদায় সম্বর্ধনা সভা

স্থানঃ বিজয়া নাট্য সমাজ, চামগুৰি

08/09/2026

📌সুৰাৰ নিচাত গণেশগুৰিৰ ৰাজপথৰ মাজতে বাহন ৰখাই টোপনী গ'ল এজন যুৱক
📌মাজনিশা গণেশগুৰিৰ ট্ৰেফিক পইন্টত হাই ভল্টেজ ড্ৰামাৰ বাবে সৃষ্টি হয় দীঘলীয়া যান-জটৰ
📌বহু সময়ৰ অন্তত কোনো মতে বাহনৰ দুৱাৰ খোলাৰ পিছত থতমত খাই সাৰ পায় যুৱক জনে

📌"তেনেকুৱা লৰা নাছিল ৰামানুজ, মই মাক হিচাপে তাক ভালকৈ জানো, বহুত মৰমীয়াল আছিল"📌নিজ পত্নীক কাটি টুকুৰা টুকুৰ কৰি ফ্ৰীজত ভ...
07/09/2026

📌"তেনেকুৱা লৰা নাছিল ৰামানুজ, মই মাক হিচাপে তাক ভালকৈ জানো, বহুত মৰমীয়াল আছিল"
📌নিজ পত্নীক কাটি টুকুৰা টুকুৰ কৰি ফ্ৰীজত ভৰাই থোৱা অভিযুক্ত ৰামানুজৰ মাতৃৰ ভাষ্য..

📌প্ৰফুল্ল কুমাৰ দাসক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মিডিয়া কাৰ্যবাহী হিচাপে নিযুক্তি।
07/09/2026

📌প্ৰফুল্ল কুমাৰ দাসক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মিডিয়া কাৰ্যবাহী হিচাপে নিযুক্তি।

Address

North Lakhimpur
784164

Telephone

+919864760529

Website

Alerts

Be the first to know and let us send you an email when Today Bihpuria posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Today Bihpuria:

Shortcuts

Share