Lakhimpur Bulletin

Lakhimpur Bulletin সত্যৰ সন্ধানত। লক্ষীমপুৰ জিলাৰ যিকোনো ভিতৰুৱা অঞ্চলৰ ৰাইজৰ অভাৱ-অভিযোগ উত্থাপন কৰিবলৈ যোগাযোগ কৰক ।

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাগঠনিক সম্পাদক শংকৰজ্যোতি নাথৰ আছু ত্যাগ। আনুষ্ঠানিক ভাৱে পদত্যাগ পত্ৰ দাখিল কৰে জিলা নেত...
05/09/2026

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাগঠনিক সম্পাদক শংকৰজ্যোতি নাথৰ আছু ত্যাগ। আনুষ্ঠানিক ভাৱে পদত্যাগ পত্ৰ দাখিল কৰে জিলা নেতৃত্বলৈ ।

02/09/2026

অৱশেষত চিলনীবাৰী আৰক্ষীয়ে জব্দ কৰে ছাগলী চুৰি কৰি অনা AS 12AF 2141 বলেৰ' বাহন।

02/09/2026

ৰঙানদী সমষ্টিৰ ৰামপুৰ চোৰৰ সন্ত্ৰাস। নিশা হলেই গৃহস্থৰ ঘৰৰ পৰা চুৰি হয় গৰু ছাগলী। ছাগলী চুৰি কৰি আজি ছাগলী সহ বলেৰ' গাড়ী জব্দ কৰে ৰাইজে। গাড়ীৰ গৰাকী জাকিৰ আলী পলাতক।
Assam Police Lakhimpur Police
Lakhimpur Bulletin

মুখ্যমন্ত্ৰীৰ সাহায্য পূজিলৈ  লখিমপুৰ জিলা পৰিষদৰ পৰা 2.5 লাখ টকাৰ বৰঙণি। লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই...
01/09/2026

মুখ্যমন্ত্ৰীৰ সাহায্য পূজিলৈ লখিমপুৰ জিলা পৰিষদৰ পৰা 2.5 লাখ টকাৰ বৰঙণি। লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁইৰ নেতৃত্বত যোৱা এটি দলে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি প্ৰদান কৰা হয় এই বৰঙণি।

20/08/2026

🛑নাওবৈচাৰ বিশ্বনাথ অশোক অ'টোৰ মেনেজাৰৰ গুণ্ডাগিৰিৰ অভিযোগ।
🛑ৱৰ্কশ্বপৰ কৰ্মচাৰী মাধূৰ্য্য হাজৰিকাক প্ৰহাৰ মেনেজাৰ পৰেশ নাথৰ। 🛑ঘটনাস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত হৈ পৰিস্থিতি বুজ লয়
🛑মেনেজাৰ পৰেশ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী মাধূৰ্য্য হাজৰিকাৰ
🛑সামান্য কথাতে মাধুৰ্য্যক প্ৰহাৰ কৰাৰ অভিযোগ মেনেজাৰৰ বিৰুদ্ধে।

18/08/2026

পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ গৱেষণাগাৰ মুকলি কৰে ৰঙানদী বিধান সভা সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই।

18/08/2026

শাস্ত্ৰী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ গৱেষণাগাৰ মুকলি কৰে ৰঙানদী বিধান সভা সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই।

পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জগত মহন্তই আজি পুৱাই ইহলিলা সম্বৰণ কৰে। বিনা বেতনে দীৰ্ঘ দিন ধৰি...
18/08/2026

পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জগত মহন্তই আজি পুৱাই ইহলিলা সম্বৰণ কৰে। বিনা বেতনে দীৰ্ঘ দিন ধৰি শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল জগত মহন্ত দেৱে।

15/08/2026

মূখ্যমন্ত্ৰীয়ে ৰঙানদী সমষ্টিক সমজিলা হিচাপে ঘোষনা কৰাৰ লগে লগে ৰঙানদী সমষ্টিত আনন্দৰ জোৱাৰ। ৰ্দীঘদিনৰ পৰা উন্নয়নৰ ক্ষেত্ৰত বঞ্চিত হৈ থকাৰ পাচত নৱগঠিত সমষ্টিটোৱে এই স্বীকৃতি লাভ কৰাত সমষ্টিবাসী উৎফুল্লিত হৈ পৰিছে। এইক্ষেত্ৰত মূখ্যমন্ত্ৰীক ধন্যবাদ জনালে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই।

Himanta Biswa Sarma
Rishiraj Hazarika

🔴মুখ্যমন্ত্ৰীক হ*ত্যাৰ ভাবুকি। 🔴মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত আব্দুল মুতালেব নামৰ এজন লোকে কমেণ্টত দিলে হ*ত্যাৰ ভাবুকি। 🔴১ ...
15/08/2026

🔴মুখ্যমন্ত্ৰীক হ*ত্যাৰ ভাবুকি।
🔴মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত আব্দুল মুতালেব নামৰ এজন লোকে কমেণ্টত দিলে হ*ত্যাৰ ভাবুকি।
🔴১ কোটি টকা দিলে মই মুখ্যমন্ত্ৰীক হত্যা কৰিম বুলি নিজৰ মোবাইল নম্বৰো ৰাজহুৱা কৰিলে যুৱকজনে।🔴9954390400 নম্বৰ ৰাজহুৱা কৰিলে যুৱকজনে। 🔴পাকিস্তান জিন্দাবাদ ধ্বনিও লিখিলে যুৱকজনে।
Himanta Biswa Sarma

Address

Lakhimpur
North Lakhimpur
787023

Alerts

Be the first to know and let us send you an email when Lakhimpur Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share