02/08/2026
উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজত বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈ শিৱসাগৰত উপস্থিত হৈছে বলিউদৰ অভিনেতা ৰণদ্বীপ হুদা।
বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য্য সামগ্ৰী প্ৰদান কৰাৰ উদ্দেশ্যে শিৱসাগৰত বাহৰ পাতি তেওঁ বানপীড়িত পৰিয়ালসমূহৰ সহায়ত নামিছে। এই কঠিন সময়ত তেওঁৰ এই মানৱীয় পদক্ষেপে বহু লোকৰ প্ৰশংসা লাভ কৰিছে।