DD PLUS

DD PLUS MEDIA/NEWS COMPANY, NARAYANPUR, LAKHIMPUR.
(3)

05/06/2026

শিমলুগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পুতুল বৰাৰ বিদায় সম্বৰ্ধনা ।

05/06/2026

সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত মাধৱপুৰ সন্মিলিত জোনালী যুৱক সেৱা সংঘৰ প্ৰাঙ্গণত আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱস পালন ।

📌১২জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
04/06/2026

📌১২জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

04/06/2026

'মই দেহা বিক্ৰী কৰি পইছা ঘটা নাই'
পঢ়াৰ খৰছ উলিয়াবলৈহে দোকান দিছো'
ৰঙিয়াত এগৰাকী যুৱতীক দোকান দিয়াত বাধা একাংশৰ ।
সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে যুৱতী গৰাকীয়ে ।

মন্ত্ৰীত্ব লাভ কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভুপেন কুমাৰ বৰাই ।
03/06/2026

মন্ত্ৰীত্ব লাভ কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভুপেন কুমাৰ বৰাই ।

03/06/2026

মা আজি গ'লগৈ।
মাতৃৰ বিয়োগত ম্ৰিয়মান পুত্ৰ অখিল গগৈ।

03/06/2026

♦️আজি বিশ্ব চাইকেল দিৱস।এই বিশেষ দিনটোত আপোনালোকৰ আগত চিনাকি কৰাই দিব বিছাৰিছো চাইকেল প্ৰিয় এগৰাকী ককাক।
♦️নাম কনপাই দত্ত।নাৰায়ণপুৰৰ শ্ৰীভূঞা গাঁৱৰ ৮০ ৰ উৰ্ধৰ ককাই আজিও চলাই আছে চাইকেল।চাইকেল খন নহলে দিনতে আন্ধাৰ বুলি অনুভৱ কৰে ককাই।
♦️ককাৰ মতে চাইকেল কেৱল যাতায়তৰ মাধ্যম নহয়,ই স্বাস্থ্য,পৰিবেশ সুৰক্ষা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতীক।
♦️স্বাস্থ্য ভালে ৰাখিবলৈ সকলোৱে চাইকেল ব্যৱহাৰ কৰক বুলি নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনালে ককাই।

03/06/2026

'হেলমেট নিপিন্ধিলে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ফাইনটো হ'বই, এমাহৰ কাৰণে বাইকখনো জব্দ কৰিব আৰক্ষীয়ে'।বিহপুৰীয়া সমষ্টিত দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিধায়ক ভূপেন কুমাৰ বৰাই।
যোৱা ৩০ মে'ত নাৰায়ণপুৰৰ বৰপথাৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু বৰণ কৰা ভাইতি পেগু,দীপজ্যোতি দলে আৰু মানৱজ্যোতি দলেৰ বাসগৃহত উপস্থিত হৈ বিধায়ক ভূপেন কুমাৰ বৰাই এইদৰে মন্তব্য কৰে ।

03/06/2026

বিধায়ক অখিল গগৈৰ মাতৃৰ মৃত্যু ।
পুত্ৰ অখিল গগৈ আৰু নাতিয়েক নচিকেতা গগৈৰ শেষ শ্ৰদ্ধা ।
মৰিয়নিলৈ নশ্বৰদেহ লৈ যোৱাৰ পূৰ্বে অন্তিম শ্ৰদ্ধা যাচিছে আত্মীয়ই ।

02/06/2026

নলবাৰীৰ নৃশংস হত্যাকাণ্ডক লৈ বিধায়ক ভুপেন বৰাৰ প্ৰতিক্ৰিয়া।

Address

Lakhimpur
North Lakhimpur
784165

Telephone

+917896838695

Website

Alerts

Be the first to know and let us send you an email when DD PLUS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DD PLUS:

Share