প্ৰকৃত খবৰ, নিৰপেক্ষ বিশ্লেষণ

প্ৰকৃত খবৰ, নিৰপেক্ষ বিশ্লেষণ প্ৰতিপল খবৰ , সচেতনতাৰ বাবে , সমাজৰ বাব? প্ৰতিপল খবৰ, সচেতনতাৰ বাবে, সমাজৰ বাবে আমি দিম নিৰ্ভীক, নিৰপেক্ষ বিশ্লেষণ

বিদায়!
23/09/2025

বিদায়!

পঞ্চভূতত বিলীন হিয়াৰ আমঠু জুবিন গাৰ্গ    #প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ
23/09/2025

পঞ্চভূতত বিলীন হিয়াৰ আমঠু জুবিন গাৰ্গ

#প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ

22/09/2025

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নিঠৰ দেহটি চাই হুকহুকাই কান্দি উঠিল আছুৰ সভাপতি উৎপল শৰ্মাই।

গুৱাহাটীৰ ৰাজপথত এতিয়া কেৱল মানুহ আৰু মানুহ.....
21/09/2025

গুৱাহাটীৰ ৰাজপথত এতিয়া কেৱল মানুহ আৰু মানুহ.....

📌দিল্লীত  জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি।
20/09/2025

📌দিল্লীত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি।

📌দিল্লী পালেহি  অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ
20/09/2025

📌দিল্লী পালেহি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ বৃহৎ জয়‌।
18/09/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ বৃহৎ জয়‌।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত সদৌ অসম...
17/09/2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ।

মাতৃৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বে মাংগলিক কাৰ্য সমাপনৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য #প...
02/07/2025

মাতৃৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বে মাংগলিক কাৰ্য সমাপনৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

#প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বিয়োগৰ খবৰ ল’লে জুবিন গাৰ্গে।  #প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ
01/07/2025

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বিয়োগৰ খবৰ ল’লে জুবিন গাৰ্গে।

#প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ

📌 বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ অফ্ৰিকাৰ📌দক্ষিণ আফ্ৰিকাৰ দখলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ #প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ
14/06/2025

📌 বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ অফ্ৰিকাৰ
📌দক্ষিণ আফ্ৰিকাৰ দখলত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

#প্ৰকৃতখবৰনিৰপেক্ষবিশ্লেষণ

* গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব৷
26/05/2025

* গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব৷

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when প্ৰকৃত খবৰ, নিৰপেক্ষ বিশ্লেষণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share