Udayan Time

Udayan  Time Official page of UDAYAN TIMES. keep watching & stay ahead.

25/09/2026

কিছুদিন আগলৈ মিঞাৰ ভোট নলগা মুখ্যমন্ত্ৰী আৰু BJPক লাগে এতিয়া ৰাষ্ট্ৰবাদী মিঞাৰ ভোট ...

25/09/2026

‘CJP পাৰ্টি কোন? ইয়াৰ কোনো পৰিচয় আছে নেকি?’
‘কেইজনমান বিপথগামী যুৱকে আন্দোলন কৰিছে’ --
মন্ত্ৰী ৰাম কৃপাল যাদৱৰ মন্তব্য

25/09/2026

🚨‘CJPয়ে জ্ঞানেশ কুমাৰক পদত্যাগ কৰিবলৈ ক’লেই পদত্যাগ কৰিব নেকি?’
👉‘মাক-দেউতাকৰ কথাই নুশুনে অজিকালি মানুহে CJPৰ কথা শুনিব নেকি?’ - মুখ্যমন্ত্ৰী

25/09/2026

নিৰ্বাচনী ব্যৱস্থা আৰু জাতি বিক্ৰী কৰি পেলোৱা চি ই চি জ্ঞানেশ কুমাৰক সুৰক্ষা দিবলৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে আটক।

25/09/2026

🚨 মুখ্য নিৰ্বাচনী আয়ুক্তৰ প্ৰতিকৃতি দাহ কৰিবলৈ যাওঁতে আটক গৌৰৱ গগৈ
👉 গৌৰৱ গগৈৰ লগতে আটক নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান

25/09/2026

শিৱসাগৰত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী কৰি প্ৰতিচ্ছবি জ্বলাবলৈ লোৱা প্ৰতিবাদকাৰীৰ সৈতে হতাহতি আৰক্ষীৰ।

25/09/2026

ভোট চোৰ জ্ঞানেশ কুমাৰে পদত্যাগ কৰক আৰু তেওঁক জেললৈ প্ৰেৰণ কৰক :কৃষক মুক্তি সংগ্ৰাম সমিতি

25/09/2026

🚨'জুবিন গাৰ্গ কেৱল অসমৰে নহয় ভাৰতৰ লগতে বিশ্বৰ আদৰ্শ আছিল'
'বিদেশৰ শিল্পীক নহয় ভাৰতৰ শিল্পীক আমি আদৰ্শ হিচাপে ল'ব লাগে'
👉 প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ

25/09/2026

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীয়ে আটক কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈক।

25/09/2026

‘পাৰ্লিয়ামেণ্টত জুবিন গাৰ্গৰ গান চলিব, জুবিনৰ দাবী চলিব, জুবিনৰ ন্যায়ৰ দাবী চলিব’
‘মোৰ ৫০ বছৰ অভিজ্ঞতা আছে,পাৰ্লিয়ামেণ্টত ভাষণ দিয়াৰ শিকাই দিম দেৱাশীষ শৰ্মাক’

‘১০ লাখ মানুহৰ সন্মুখত দেৱাশীষ শৰ্মাৰ সৈতে ডিবেট কৰিম’

— বদৰুদ্দিন আজমল

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Udayan Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share