AAUA News

AAUA News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAUA News, Media/News Company, Adarkho market ground floor, North Lakhimpur.

18/02/2026

মিচিং জনগোষ্ঠীয় ৰাইজলৈ আলি আয়ে লৃগাং ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো

14/02/2026

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত জিন্দাবাদ মুদ্দাবাদ দিয়া সকলোকে গ্ৰেপ্তাৰ কৰিব বাবে প্ৰশাসনক নিবনুৱা সন্থাই দাবী জনালো

যোৱা ইংৰাজী ১১/২/২০২৬ তাৰিখে তিনিচুকীয়া মৌ বিবাহ ভৱনত নিবনুৱা সন্থা তিনিচুকীয়া জিলা সমিতি এখন প্ৰতিনিধি সভা অনুস্থিত হৈ ...
14/02/2026

যোৱা ইংৰাজী ১১/২/২০২৬ তাৰিখে তিনিচুকীয়া মৌ বিবাহ ভৱনত নিবনুৱা সন্থা তিনিচুকীয়া জিলা সমিতি এখন প্ৰতিনিধি সভা অনুস্থিত হৈ যায় । উক্ত সভাত নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি আইন উপদেষ্টা নীলমনি হাজৰীকা , যুটীয়া সম্পাদক কৰুনা শৰ্মা ,লখিমপুৰ জিলা সমিতি সাধাৰন সম্পাদক ভূপেন সোনোৱাল আৰু কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক টেকৰাজ লিম্বু উপস্থিত থাকে । উক্ত সভাতে পাইলট মৰাণখ সভাপতি আৰু লক্ষিনাথ ফুকনক সাধাৰন সম্পাদক হিচপে লৈ ২১ জনীয়া তিনিচুকীয়া জিলা সমিতিৰ খন গঠন কৰা হয় ।

12/02/2026
13/01/2026

সমূহ অসম বাসী ৰাইজলৈ সদৌ অসম নিবনুৱা সন্থা তৰফৰ পৰা ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছো জীৱন ৰাজখোৱা
সাধাৰন সম্পাদক
সদৌ অসম নিবনুৱা সন্থা
কেন্দ্ৰীয় সমিতি

01/01/2026

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতি তৰফৰ পৰা সমগ্ৰ অসম বাসী ৰাইজলৈ ইংৰাজী নৱ বৰ্ষ ২০২৬শুভেচ্ছা জ্ঞাপন কৰিছো ।

31/12/2025
সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত ৰাজ্যিক ভিত্তিত আলোচনা চক্ৰ  একবিংশ শতিকাত ...
28/12/2025

সদৌ অসম নিবনুৱা সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত ৰাজ্যিক ভিত্তিত আলোচনা চক্ৰ একবিংশ শতিকাত নিবনুৱা সমস্যা আৰু সমাধানৰ বাস্তৱসন্মত উপায় ৰ্শীষক আলোচনা চক্ৰ খন যোৱা ইংৰাজী ২৭ ডিচেম্ব তাৰিখে মুক্তিযুজাৰু ভৱনত অনুষ্ঠিত হৈ যায় ।

27/12/2025
27/12/2025

Address

Adarkho Market Ground Floor
North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when AAUA News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share