29/08/2026
🔴 কংগ্ৰেছৰ আজিৰ এই অৱস্থাৰ বাবে জগৰীয়া ৰকিবুল হুছেইন!
এনে অভিযোগ বিধায়ক অখিল গগৈৰ। কংগ্ৰেছৰ বৰ্তমানৰ ৰাজনৈতিক অৱস্থাক লৈ অখিল গগৈৰ সৰৱ মন্তব্য।
আপোনাৰ মতামত কি? 👇
#অসমৰাজনীতি #অখিলগগৈ #ৰকিবুলহুছেইন #কংগ্ৰেছ