R Live24 Asom

R Live24 Asom for entertainment and motivational content please be with us by like follow share and comment etc....

27/07/2025

ৰূপহীহাটত বেদখলকাৰিৰ মাজত হাহাকাৰ।
জাননী পোৱাৰ লগে লগে ঘৰৰ এৰিছে কেবাটাও পৰিয়ালে ।

27/07/2025

উচ্ছেদ সম্পৰ্কে মহিলা গৰাকীয়ে কি কলে এবাৰ শুনক।

26/07/2025

অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আছে এক সু-খবৰ।
অসমৰ পৰা ওমৰাহ হজ্বৰ নিয়ত কৰা লোক সকলৰ বাবে আছে ভাল খবৰ।
আগষ্ট মাহৰ শেষত হজ্বযাত্ৰী সকলে উৰা মাৰিব মক্কা মদিনালৈ।

25/07/2025

♦️"নগাঁৱত কোনো সন্দেহজনক লোকে প্ৰৱেশ কৰা নাই"।
♦️ বীৰ লাচিত সেনাৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুচ্ছাব্বিৰ আলিৰ প্ৰতিক্ৰিয়া।

24/07/2025

শান্তি পূন ভাৱে সমাপ্ত হল
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত গঢ়াজান উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া,

23/07/2025

ৰূপহীহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিং*সা।

দু*ৰ্বৃত্ত*ই ভা*ঙি লণ্ড ভ*ণ্ড কৰিলে বাহন আঁহত দুগৰাকীকৈ মহিলা।

22/07/2025

পথ পুনৰ নিৰ্মাণৰ নামত ধিঙৰ বেছামাৰীত যান-যঁটৰ সৃষ্টি। প্ৰায় এক ঘণ্টা জনজীৱন ব্যাহত।

22/07/2025

ৰূপহী হাটৰ লাওঁখোৱা অভয়াৰণ্যৰ পশ্চিম শালপাৰাত এটা মৃ*ত*দে*হ উদ্ধাৰ

22/07/2025

ৰূপহীহাটৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গড়েমাটিখোৱা লতাবোৱা চৰকাৰী ভূমি বেদখল বুলি একাংশই মিছা প্ৰচাৰ চলোৱাৰ দাবী স্থানীয় ৰাইজৰ।

21/07/2025

দিল্লী-হাৰিয়ানাত অসমৰ শ্ৰমিকক বিদেশীৰ নামত আৰক্ষীৰ অতিশয্যা সংক্ৰান্তত সংবাদমেল।

19/07/2025

উচ্ছেদক লৈ এক বেদনাদায়ক গান

18/07/2025

আমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপন দিয়াৰ দাবীত কলিয়াবৰ নেমছুৰ প্ৰতিবাদ।

Address

Nowgong

Telephone

+916001564161

Website

Alerts

Be the first to know and let us send you an email when R Live24 Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to R Live24 Asom:

Share

Category