Vision Time

Vision Time সময়ৰ খবৰ সময়ৰ সৈতে

নগাঁও জিলাৰ জেঙণীত বাঘৰ আক্ৰমণত ইতিমধ্যে ৩ জন লোক আহত হৈছে । সাৱধান ৰাইজ ।
03/07/2024

নগাঁও জিলাৰ জেঙণীত বাঘৰ আক্ৰমণত ইতিমধ্যে ৩ জন লোক আহত হৈছে । সাৱধান ৰাইজ ।

19/12/2023

➡️ অৱশেষত আহিল কোটিটকীয় উপহাৰ কুপনৰ খেল।
➡️মাত্ৰ ১০০ টকাত লাভ কৰক আপোনাৰ সপোনৰ বিলাসী বাহন।
➡️ চৰকাৰ প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি থকা এইখন উপহাৰ কুপনৰ খেল।
➡️ অসমৰ যিকোনো ঠাইৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট।
➡️যোগাযোগ কৰিবলৈ ডাইল কৰক 7086797344 অথবা 7099815508 নম্বৰত।

ঐতিহাসিক ক্ষণ । ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ভাৰতবৰ্ষৰ নাম । 🇮🇳❤
23/08/2023

ঐতিহাসিক ক্ষণ । ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ভাৰতবৰ্ষৰ নাম । 🇮🇳❤


নতুনকৈ প্ৰকাশিত সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা ।  কোকৰাঝাৰত জিলাত কি কি ...
20/06/2023

নতুনকৈ প্ৰকাশিত সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা ।

কোকৰাঝাৰত জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোসাইগাঁও, দতমা (ST), কোকৰাঝাৰ(ST)
বাওখুংগ্ৰি আৰু পৰ্বতঝৰা সমষ্টিৰ প্ৰস্তাৱ

ধুবুৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা

দক্ষিণ শালমৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
দক্ষিণ শালমৰা

গোৱালপাৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জলেশ্বৰ, গোৱালপাৰা(ST), গোৱালপাৰা পূব, দুধনৈ(ST)

বঙাইগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও

চিৰাং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিদলি চিৰাং(ST), বিজনী

বৰপেটা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভবানীপুৰ, মন্দিয়া, চেঙা, ৰূপসী
বৰপেটা(SC) আৰু বজালী

কামৰূপ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চমৰীয়া, বকো(ST), পলাশবাৰী, হাজো(SC)
ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(SC)
নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী

নলবাৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বৰক্ষেত্ৰী, নলবাৰী, টিহু

বাক্সা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোৱবৰ্ধনা, বাক্সা(ST), তামুলপুৰ(ST), গোৰেশ্বৰ

ওদালগুৰি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা

দৰং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও

মৰিগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জাগীৰোড(SC), লাহৰীঘাট আৰু মৰিগাঁও

নগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ
চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা(SC)
বিন্নাকান্দি, হোজাই আৰু লামডিং

শোণিতপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা ,চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ

লখিমপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা(ST)

ধেমাজি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST)

তিনিচুকীয়া জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা
ডিগবৈ, মাকুম, তিনিচুকীয়া

ডিব্ৰুগড় জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান
টিংখাং আৰু নাহৰকটীয়া

চৰাইদেউ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
সোণাৰি আৰু মাহমৰা

শিৱসাগৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমৌ, শিৱসাগৰ আৰু নাজিৰা

মাজুলী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
মাজুলী(ST)

যোৰহাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ

গোলাঘাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ

কাৰ্বি আংলং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST)
ৰংখাং(ST) আমৰি(ST)

ডিমা হাচাও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমা হাচাও(ST)

কাছাৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা
শিলচৰ, সোণাই আৰু নৰসিংপুৰ(ST)

হাইলাকান্দি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
হাইলাকান্দি আৰু আলগাপুৰ

কৰিমগঞ্জ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বদৰপুৰ, উত্তৰ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(SC)

H.S পৰীক্ষাত কলা শাখাৰ শীৰ্ষ স্থানপ্ৰাপ্ত কামপুৰ চাংচকীৰ সংকল্পজিৎ শইকীয়া। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য...
06/06/2023

H.S পৰীক্ষাত কলা শাখাৰ শীৰ্ষ স্থানপ্ৰাপ্ত কামপুৰ চাংচকীৰ সংকল্পজিৎ শইকীয়া। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য সংকল্পজিতৰ।

HS ৰ কলা, বিজ্ঞান আৰু বানিজ্য শাখাৰ শীৰ্ষ স্থানত জিলিকি উঠিল ৪২ গৰাকী মেধাবী শিক্ষাৰ্থী ।
06/06/2023

HS ৰ কলা, বিজ্ঞান আৰু বানিজ্য শাখাৰ শীৰ্ষ স্থানত জিলিকি উঠিল ৪২ গৰাকী মেধাবী শিক্ষাৰ্থী ।

আজি ঘোষণা কৰা হব অসম উচ্চতৰ মাধ্যমিকৰ (HS) ফলাফল । ৯:০০ বজাত ফলাফল উপলব্ধ হ'ব কোন কেইটা ৱেবচাইটত । সবিশেষ প্ৰকাশ কৰিলে ম...
06/06/2023

আজি ঘোষণা কৰা হব অসম উচ্চতৰ মাধ্যমিকৰ (HS) ফলাফল । ৯:০০ বজাত ফলাফল উপলব্ধ হ'ব কোন কেইটা ৱেবচাইটত । সবিশেষ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি ।  Adidas য়ে যোগান ধৰিব এতিয়াৰ পৰা খেলুৱৈ সকলৰ সামগ্ৰী ।
03/06/2023

ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি ।
Adidas য়ে যোগান ধৰিব এতিয়াৰ পৰা খেলুৱৈ সকলৰ সামগ্ৰী ।

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নি...
03/06/2023

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নিৰ্দেশমৰ্মে তাৎক্ষনিক ভাবে বলবৎ হোৱাকৈ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

সবিশেষৰ বাবে সংলগ্ন কৰা জাননীখন পঢ়ক।

Big Breaking....১০ বজাৰ পৰা SEBA ৰ ৱেবচাইটত উপলব্ধ হ'ব ফলাফল ।
22/05/2023

Big Breaking....
১০ বজাৰ পৰা SEBA ৰ ৱেবচাইটত উপলব্ধ হ'ব ফলাফল ।

IPS আনন্দ মিশ্ৰক লক্ষীমপুৰৰ SP ৰ দায়িত্ব ।
20/05/2023

IPS আনন্দ মিশ্ৰক লক্ষীমপুৰৰ SP ৰ দায়িত্ব ।

Fast Breaking.
17/05/2023

Fast Breaking.


Address

Nowgong

Alerts

Be the first to know and let us send you an email when Vision Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Vision Time:

Share