AB Live

AB Live A Neutral Assamese News Page

20/07/2025
17/07/2025

পাইকান উচ্ছেদৰ প্ৰতিবাদত উত্তাল জুৰীয়া
সংখ্যালঘু সংগ্ৰাম পৰিষদে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

17/07/2025

জুৰীয়াৰ দগাঁওৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এআইইউএফৰ কৰ্মী সভা ।

ৰূপহী হাট সমষ্টিৰ জুৰীয়া আৰু বগৰিগুৰী ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কৰ্মী সভাৰ।

উক্ত কৰ্মী সভাত উপস্থিত থাকে গৌৰিপুৰ সমষ্টিৰ বিধায়ক মিৰ্জানুৰ ৰহমান, জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে
দলৰ উচ্চ পৰ্যায়ৰ নেতা মজিবুৰ ৰহমান

14/07/2025

🔴 গদাইমাৰী গাওঁ পঞ্চায়তত ৰাজনৈতিক ভাঙন — বৃহৎ খহনীয়াৰ সাক্ষী
গাঁওপাৰা সদায় সচেতন — বুজি পায় ক’ত আছে ভৱিষ্যৎ।

14/07/2025

দগাঁও আলিটাঙনী সমবায় সমিতিৰ
বার্ষিক সাধাৰণ সভা

13/07/2025

জুৰীয়াত বিজিপি কৰ্মীৰ বিৰূদ্ধে প্ৰতিবাদ

11/07/2025

জুৰীয়া উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি

10/07/2025

জুৰীয়াৰ আলিটাঙনী মৌজাৰ বলিকটিয়া কিচামতৰ ২৮৫ নং চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি
বসবাস কৰি থকা লোক সকলে অবশেষত নিজে নিজেই ভূমি খালি কৰি দিবলৈ আৰম্ভ কৰিছে।

09/07/2025

গোৱালপাৰাৰ হাচিলা বিলৰ পাৰৰ উচ্ছেদিত ৰাইজৰ কেম্পত ভয়াৱহ পৰিস্থিতিৰ বুজ লয় শিবসাগৰৰ বিধায়ক অখিল গগৈয়ে ।
Akhil Gogoi

09/07/2025

চামগুৰিৰ সমষ্টিৰ 148 নং বৰভেটি গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত | সভানেত্ৰী হিচাপে নিৰ্বাচিত আচমিনা খাতুন

09/07/2025

ধুবুৰীত অমানৱীয় উচ্ছেদৰ বিৰূদ্ধে জুৰীয়াত তীব্ৰ প্ৰতিবাদ।

Address

Nowgong

Telephone

+919864897903

Website

Alerts

Be the first to know and let us send you an email when AB Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AB Live:

Share