ATV ASSAM

ATV ASSAM নগাঁৱৰ যিকোনো বাতৰি পাবৰ বাবে পেজটো লাইক কৰক।

23/07/2025

‘নম্ৰতাৰ হ*ত্যাকাৰী ছাদ্দাম হুচেইনক ফা*চী দিয়ক’
নগাঁৱত কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ লৈ নগাঁৱৰ ৰাজপথ উত্তাল কৰে

ছাদ্দাম হুছেইনৰ লগত আৰু কেইবাগৰাকীলোক জড়িত থকাৰ সন্দেহ প্ৰতিবাদকাৰীৰ

অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী একাংশ মহিলাৰ

22/07/2025

#'ষ্টুডেণ্ট কেডেট কৰ্পছ অসম'ৰ ৰাজ্যিক সমিতিৰ উদ্যোগত নগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাজ্যিক পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰ- ২০২৫। ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ অন্তিম দিনটোত প্ৰশিক্ষাৰ্থী সকলে চুড়ান্ত অনুশীলনত ব্যস্ত হোৱা পৰিলক্ষিত হয় #

18/07/2025

জুৰীয়াৰ মাহগুৰিত জঘন্য কাণ্ড

পুখুৰী পাৰত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ

কোনো পাষণ লোকে বস্তাত ভৰাই পেলাই থৈ গল ৪/৫ মাহীয়া নৱজাতকটি

আৰক্ষীয়ে উদ্ধাৰ কৰি মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ।

 #নগাঁও  বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰে বিশিষ্ট শিক্ষাবিদ ড. হিতেশ ডেকা ছাৰে #
14/07/2025

#নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰে বিশিষ্ট শিক্ষাবিদ ড. হিতেশ ডেকা ছাৰে #



12/07/2025

উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা আমছুৰ কৰ্মীক আটক কৰিলে আৰক্ষীয়ে

ৰাজ্যত চলা উচ্ছেদক লৈ জিলাই জিলাই প্ৰতিবাদ

11/07/2025

আমছুৰ প্ৰতিবাদী সমদলক পূৰ্ণ সমৰ্থন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ৷

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে প্ৰতিখন জিলা প্ৰতিটো আঞ্চলিকৰ নেতৃত্বতক পূৰ্ণ সমৰ্থন আৰু সহযোগ কৰিবলৈ আহ্বান।

বৰ্তমান অসমত চলা অমানৱীয় উচ্ছেদ অবৈধ বাংলাদেশীৰ নামত কৰা পুচ বেক কৰা আৰু BJP চৰকাৰে বিভিন্ন ধৰণে মুছলমান কৰা অত্যাচাৰৰ বিৰুদ্ধে মুছলমান সমাজক আমছুৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ৷



Musabbir Ahmed
Musabbir Ali Ahmed
Musabbir Ali Ahmed

11/07/2025

#পঞ্চায়ত সমিতি গঠনক লৈ জুৰীয়া উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি #

09/07/2025

#নগাঁৱত জাবৰ নিষ্কাষণৰ ‘ছুপাৰ চকাৰ’ যন্ত্ৰৰ শুভাৰম্ভ।‍

আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ,লগতে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।উক্ত সভাত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ ,উপ-পৌৰপতি সীমান্ত বৰা প্ৰমুখ্যে পৌৰ আয়ুক্ত সকল উপস্থিত থাকে।

08/07/2025

এক্সণ মুডত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।

পুৱাই নগাঁও জিলাৰ তিনিটাকৈ বিভাগত চাডেন ভিজিট।

লোকনিৰ্মাণ বিভাগ,শিক্ষা বিভাগৰ উপ পৰিদৰ্শকৰ কাৰ্য্যালয়,জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত চাডেন ভিজিট আয়ুক্তগৰাকীৰ।

জব্দ কৰিলে পঞ্জীয়ন বহী।

 #নগাঁৱৰ কচুৱাৰ উদীয়মান যুৱক  ছাহিদুল ইছলামক মুছলিম ছাত্ৰ সন্থাৰ অসমৰ  কেন্দ্ৰীয় কমিটিৰ মূখ্য সাংগঠনিক সম্পাদক হিচাপে ...
05/07/2025

#নগাঁৱৰ কচুৱাৰ উদীয়মান যুৱক ছাহিদুল ইছলামক মুছলিম ছাত্ৰ সন্থাৰ অসমৰ কেন্দ্ৰীয় কমিটিৰ মূখ্য সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰা হয় #




Sahidul Islam

 #নগাঁৱৰ বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ি নানু দাসলৈ আম্বেদকাৰ ফাউণ্ডেশ্যন অসমে অহা ৬ জুলাইত প্ৰদান কৰিব মহাত্মা জ্যোতিবা ...
05/07/2025

#নগাঁৱৰ বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ি নানু দাসলৈ আম্বেদকাৰ ফাউণ্ডেশ্যন অসমে অহা ৬ জুলাইত প্ৰদান কৰিব মহাত্মা জ্যোতিবা ফুলে শৈক্ষিক বটা #

04/07/2025

নগাঁৱৰ অপেৰা চিনেমা হলত ৰুদ্ৰ ৰ কলা-কুশলী। দৰ্শকৰ সৈতে মত বিনিময় কৰিলে অভিনেতা ৰবি শৰ্ম্মাই।

অসমত ছবিগৃহৰ অভাৱে ছবিউদ্যোগৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে- ৰবি শম্মা।

Address

Nowgong

Telephone

+918486322527

Website

Alerts

Be the first to know and let us send you an email when ATV ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share