
19/12/2023
মিছাৰ কথাৰ কোনো মূল্য নাই,
কেইদিন মানৰ বাবে হয়তো আপোনাক সুখী কৰিব পাৰে,
কিন্তু এই মিছাই এদিন নহয় এদিন কন্দোৱাৰ
কাৰণ হৈ পৰিব পাৰে।
#মানুহৰ জীৱনত কিছু কিছু দুখৰ সময় নাহিলে
আপোন মানুহবোৰক চিনিব নোৱাৰি।
কিছু কিছু মানুহক না হেৰালে,
তাৰ মূল্য বুজা নাযায়।
কিছু কিছু অবহেলা না পালে
নিজৰ অৱস্থান সম্পর্কে ধাৰণা নাথাকে।